DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাপৰত ১২ টা চোৰাং গৰু জব্দ, দুজনক গ্ৰেপ্তাৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
January 21, 2022 4:30 pm
চাপৰত ১২ টা চোৰাং গৰু জব্দ, দুজনক গ্ৰেপ্তাৰ
106
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে ধুবুৰী জিলাতো গৰুৰ চোৰাং বেহা অব্যাহত আছে।ন ন কৌশলেৰে ছিণ্ডিকেট চক্ৰই ধুবুৰী জিলাৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ কৰি আছে চোৰাং গৰু।

চাপৰ আৰক্ষীয়ে চান্দৰডিঙা পাহাৰৰ শিলডাংগা গাওঁত অভিযান চলাই খেদি খেদি ১২ টা চোৰাং গৰু জব্দ কৰাৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত দুজন ব্যক্তিক আটক কৰি থানা লৈ আনে।

এক গোপন সূত্ৰৰ পম খেদি চাপৰ থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ দল এটাই উল্লিখিত স্থানত অভিযান চলাই গৰুকেইটা জব্দ কৰে।

যন্ত্ৰচালিত নাৱেৰে ব্ৰহ্মপুত্ৰ নদীয়েদি  বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবেই গৰুকেইটা শিলডাঙ্গালৈ অনা হৈছিল বুলি সন্দেহ কৰা হৈছে। উক্ত চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত চাপৰ আৰক্ষীয়ে গোৱালপাৰা জিলাৰ পঞ্চৰত্ন থানাৰ অন্তৰ্গত  হেলেঙ্গা চৰৰ ফজল হ’কৰ পুত্ৰ হুছেইন আলী(৩৬) আৰু চৈয়দ আলীৰ পুত্ৰ আজিদুল শ্বেখ(২২)ক গ্ৰেপ্তাৰ কৰিছে।

চাপৰ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৭৯/৪১১ ধাৰাৰ লগতে ‘আসাম কে’টল প্ৰিজার্ভেচন এক্ট (2021)ৰ ১৩ নং ধাৰামৰ্মে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰু  অভিযুক্তদ্বয়ক বিলাসীপাৰা আদালতৰ জৰিয়তে ধুবুৰী জে’ললৈ প্ৰেৰণ কৰিছে।

জব্দকৃত গৰু কেইটাক কাইলৈ ইয়াৰে ৰঙামাটিত থকা গো-শালাত গতাই দিয়া হব বুলি চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাকতিয়ে জানিবলৈ দিছে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd