DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোৱালগুৰিত উৎখাত কুখ্যাত চাইবাৰ ঘাটি; অভিযানত উদ্ধাৰ বিভিন্ন অবৈধ নথিপত্ৰ

এন ই নাও নিউজ, লাহৰীঘাট by এন ই নাও নিউজ, লাহৰীঘাট
December 11, 2022 2:28 pm
106
VIEWS
Share on FacebookShare on Twitter

লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযানত যোৱা নিশা বোৱালগুৰিৰ পৰা উৎখাত কৰা হয় কুখ্যাত চাইবাৰ ঘাটি। কুখ্যাত চাইবাৰ অপৰাধী ছিৰাজুল ইছলামে দীৰ্ঘদিন ধৰি বিভিন্ন এপৰ জৰিয়তে সহজ-সৰল লোকৰ নামত চাইবাৰ অপৰাধেৰে সংগ্ৰহ কৰি আহিছিল লাখ-লাখ টকা।

শেহতীয়াকৈ ছিৰাজুলে ধনী এপৰ জৰিয়তেও চলাইছিল চাইবাৰ অপৰাধ। এগৰাকী ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত এটা বিশেষ ফোন নম্বৰৰ আঁতধৰি মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সমগ্ৰ বিষয়টো তৎপৰতাৰে গ্ৰহণ কৰি যোৱা নিশা ছিৰাজুল ইছলামৰ পত্নীক আটক কৰাৰ পিছত পোহৰলৈ আহে চাইবাৰ অপৰাধৰ বিশাল নেটৱৰ্ক।

লগতে পঢ়ক: চৰম নৃশংসতা! চলন্ত গাড়ীৰ পৰা কোলাৰ শিশুক দলিয়াই দি মাতৃৰ ওপৰত যৌন নিৰ্যাতন চলালে দুৰ্বৃত্তই

ছিৰাজুলৰ পত্নীৰ স্বীকাৰোক্তিৰ ভিত্তিত ছিৰাজুলৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে ১২১খন  ছিমকাড, ১৮খন পানকাৰ্ড, ৫০খন ব্লেংপানকাৰ্ড, প্ৰায় ৫০০ ব্লেং আধাৰকাৰ্ড, ৫টা লেপটপ, কিউৱাৰ কোড ৩ টা, আইপেড ১টাৰ লগতে বিভিন্ন বেংকৰ বহু পাচবুককে ধৰি চাইবাৰ কামত ব্যৱহৃত বিভিন্ন নথি/পত্ৰ,ষ্টাম্প,পেড আৰু এখন ফেচমাস্ক জব্দ কৰে।

ইপিনে, আৰক্ষী উপস্থিতি হোৱাৰ পূৰ্বেই পলায়ন কৰে কুখ্যাত চাইবাৰ অপৰাধী চিৰাজুল ইছলাম। বৰ্তমানো ছিৰাজুল ইছলাম পলাতক হৈ আছে।

লগতে পঢ়ক: জঘণ্য কাণ্ড! সম্পত্তিৰ বাবে প্ৰবীণ অভিনেত্ৰীক হত্যা পুত্ৰৰ; ঘৰুৱা সহায়ক সহ পুত্ৰক গ্ৰেপ্তাৰ

আজি আৰক্ষী অধীক্ষকগৰাকীয়ে লাহৰীঘাট থানাত এক সংবাদমেলৰ আয়োজন কৰি শীঘ্ৰেই বিশাল চাইবাৰ অপৰাধৰ নেটৱৰ্কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ কথা সদৰী কৰে।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd