• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপ- নিৰ্বাচনৰ পিছত থাওৰবাসীয়ে সুশান্ত বৰগোঁহাইক প্ৰাক্তন বিধায়ক হিচাপে চিনি পাব;  অখিল গগৈ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
September 17, 2021 6:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ছটা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ধাৰ্য কৰা নাই যদিও ক্ৰামাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ।

 শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টিতো অনুষ্ঠিত হব উপ নিৰ্বাচন।

কাৰণ বিগত নিৰ্বাচনত থাওৰাৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই বিজয়ী হৈছিল যদিও বিধায়ক হিচাপে তিনি প্ৰায় তিনি মাহ হওতেই তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি তথা বিধায়ক পদৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।

ইতিমধ্য উপ নিৰ্বাচনৰ বাবে থাওৰা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে সুশান্ত বৰগোঁহাইয়ে প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত।

Apply Now

কিন্তু এইবাৰ সুশান্ত বৰগোঁহাইৰ বাবে নিৰ্বাচনত জয়ী হোৱাটো সহজ নহব। কাৰণ এইবাৰ নিৰ্বাচনত ৰাইজৰ দলে থাওৰা সমষ্টিৰ পৰা শক্তিশালী প্ৰাৰ্থী ধৈৰ্য কোঁৱৰক প্ৰক্ষেপ কৰিছে।

Latest News:সাক্ষী হওঁক বিৰল মহাজাগতিক পৰিঘটনাৰ:আজি আৰু কাইলৈ আকাশত খালি চকুৰেই দেখিবলৈ পাব বৃহস্পতি আৰু শনি গ্ৰহক

ধৈৰ্য কোঁৱৰৰ  হৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে থাওৰাৰ প্ৰতিখন গাঁৱলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখা গৈছে।

আজি পালেঙ্গীত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশ লোৱাৰ অন্তত নৰ্থইষ্ট নাওৰ সাংবাদিকৰ আগত অখিল গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

তেওঁ কয়, আগন্তুক উপ নিৰ্বাচনত সুশান্ত বৰগোঁহাই পৰাজিত হোৱাটো নিশ্চিত। থাওৰাবাসীয়ে সুশান্ত বৰগোঁহাইক প্ৰতাৰক,  বিশ্বাসঘাটক বুলি ধৰি লৈছে আৰু সুশান্ত বৰগোঁহাইক বিদায় দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে।   নিৰ্বাচনৰ পিছত তেওঁক থাওৰাবাসীয়ে প্ৰাক্তন বিধায়ক হিচাপেহে চিনি পাব। এই মন্তব্য কৰে অখিল গগৈয়ে।

আনহাতে কংগ্ৰেছ দলক সমালোচনা কৰি অখিল গগৈয়ে কয়,  পাঁচটা সমষ্টি আমি কংগ্ৰেছ দলক এৰি দিছো,  মাত্ৰ থাওৰাত আমি প্ৰাৰ্থী দিছো। ইয়াৰ পিছতো যদি কংগ্ৰেছ দলে ৰাইজৰ দলক সমৰ্থন নকৰে,  ধৈৰ্য কোঁৱৰক সমৰ্থন নকৰি থাওৰাত প্ৰাৰ্থী দিয়ে তেন্তে বুজিব লাগিব সুশান্ত বৰগোঁহাইক জিকাবলৈ কংগ্ৰেছে সহায় কৰিছে।

তেওঁ লগতে কয়,  কংগ্ৰেছ দলত বহুত বিজেপিৰ মানুহ আছে, এতিয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত লাইন পোনাই থকা মানুহ আছে। সেইবাবে কংগ্ৰেছ হাইকামাণ্ডে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই বুলি মন্তব্য কৰে অখিল গগৈয়ে।

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd