দেওবাৰে বাংগালুৰুৰ পৰা ছাত্ৰী তথা পৰিৱেশকৰ্মী দিশা ৰৱীক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে বিভিন্ন মহলত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে।
আৰক্ষীয়ে দাবী কৰা মতে, ২১ বছৰ বয়সীয়া ছাত্ৰী দিশা ৰৱীয়ে ভাৰতৰ প্ৰতিচ্ছবি বিশ্ব প্ৰেক্ষাপটত ম্লান কৰিবলে ষড়যন্ত্ৰত লিপ্ত আছে আৰু আৰু সেই ষড়যন্ত্ৰৰ অংশ হিচাপেই গ্ৰেটা থানবাৰ্গৰ প্ৰতিবাদী ‘টুকইট’ত দিশা জড়িত আছিল।
টুইটাৰত এই লৈ বিভিন্ন জনে ক্ষোভ প্ৰকাশ কৰিছে। আমেৰিকান অধিবক্তা মিনা হেৰিছে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
Indian officials have arrested another young female activist, 21 yo Disha Ravi, because she posted a social media toolkit on how to support the farmers’ protest. Read this thread about the sequence of events and ask why activists are being targeted and silenced by the government. https://t.co/ycUgDEqwdF
— Meena Harris (@meenaharris) February 14, 2021
ব্ৰিটিছ সাংসদ ক্ল’ডিয়া ৱেব্বেও ভাৰত চৰকাৰক গৰিহণা জনাইছে।
Disha Ravi is 21 yrs
A climate activist from India she campaigns for clean air, clean water and a liveable planet
She is now facing state sanctioned violence for peacefully supporting farmers
Silence is not an option we must all condemn this act of suppression#FarmersProtest
— Claudia Webbe MP (@ClaudiaWebbe) February 14, 2021
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে দিশাৰ গ্ৰেপ্তাৰক ‘বৰ্বৰ’ আৰু ‘উৎপীড়ণ’ আখ্যা দিছে।
Completely atrocious! This is unwarranted harassment and intimidation. I express my full solidarity with Disha Ravi. https://t.co/bRJOeC9MnK
— Jairam Ramesh (@Jairam_Ramesh) February 14, 2021
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে নৰেন্দ্ৰ মোদীৰ স্বেচ্চাচাৰী শাসনক গৰিহণা জনাইছে।
The Indian state must be standing on very shaky foundations if Disha Ravi, a 22 year old student of Mount Carmel college and a climate activist, has become a threat to the nation
— P. Chidambaram (@PChidambaram_IN) February 14, 2021
শশী থাৰুৰে ইয়াক বাকস্বাধিনতাৰ ওপৰত মোদী চৰকাৰৰ হস্তক্ষেপ আখ্যা দিছে।
DishaRavi’s arrest is the latest escalation in India’s crackdown on free expression&political dissent as it seeks2stifle the farmers’ mass protests, says the @dailytelegraph UK. Doesn’t GoI care about the damage it’s doing to its own global image? https://t.co/TILH9XKYkg
— Shashi Tharoor (@ShashiTharoor) February 14, 2021
চিপিআই(এম)ৰ নেতা সীতাৰাম য়েছুৰীয়ে কয় যে, চৰকাৰৰ এই পদক্ষেপে সংগ্ৰামখনক অধিক ত্বৰান্বিত কৰিব।
Modi regime thinks by arresting a grand daughter of farmers, under Sedition, it can weaken the farmers’ struggles.
In fact, it will awaken the youth of the country and strengthen the struggles for democracy. #DishaRavihttps://t.co/xRIK1BrU9s— Sitaram Yechury (@SitaramYechury) February 14, 2021
দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে কয় যে ইয়াৰ দ্বাৰা গণতন্ত্ৰক আঘাত কৰা হৈছে।
Arrest of 21 yr old Disha Ravi is an unprecedented attack on Democracy. Supporting our farmers is not a crime.
— Arvind Kejriwal (@ArvindKejriwal) February 15, 2021
উল্লেখযোগ্য যে, বাংগালুৰুৰ মাউণ্ট কাৰ্মেল কলেজৰ ছাত্ৰী দিশা ৰবী পৰিৱেশসুৰক্ষা সংক্ৰান্তীয় বিভিন্ন সংস্থাৰ স’তে জড়িত।