• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জন্মু-কাশ্মীৰত মুখ থেকেচা বিজেপিৰ : স্থানীয় নিৰ্বাচনত পৰাস্ত হ’ল শাসকীয় গেৰুৱা বাহিনী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2020 4:52 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুচ্ছেদ ৩৭০ বাতিলেৰে জন্মু আৰু কাশ্মীৰ বিশেষ ৰাজ্যৰ ক্ষমতা কৰ্তন কৰি কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰি শাসনাধিষ্ঠ বিজেপি দলে জন্মু আৰু কাশ্মীৰত প্ৰথমটো মুখ থেকেচা খাইছে।

অনুচ্ছেদ ৩৭০ কৰ্তনৰ পিছত কেন্দ্ৰীয় শাসিত অঞ্চলটোত অনুষ্ঠিত স্থানীয় নিৰ্বাচনত বিজেপিয়ে গুপকৰ ডীক্লেৰেশ্যন মিত্ৰজোঁটৰ হাতত পৰাস্ত হৈছে।

Apply Now

কালি ভোট গণনা আৰম্ভ হোৱা ২০ খন জিলাৰ ২৮০ টা জিলা উন্নয়ন পৰিষদৰ সমষ্টিৰ নিৰ্বাচনত ফাৰুক আব্দুলাৰ নেতৃত্বাধীন সাতদলীয় গুপকৰ মিত্ৰজোঁটে ১১০ খন, বিজেপিয়ে ৭৪ খন আৰু কংগ্ৰেছে ২৬ খন আসন লাভ কৰিছে। বাকী আসনবোৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হৈছে।

তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে কাশ্মীৰ ভেলীত বিজেপিয়ে মাত্ৰ ৩ খন আসনত জয়ী হোৱাৰ বিপৰীতে গুপকৰ মিত্ৰজোঁটে বিজয়ী হৈছে ৭২ খন আসনত।

কাশ্মীৰ ভেলীৰ শ্ৰীনগৰ জিলাক বাদ দি বাকী ৯ খন জিলাত গুপকৰ মিত্ৰজোঁটে জিলা উন্নয়ন পৰিষদ গঠন কৰাটো প্ৰায় নিশ্চিত হৈছে। শ্ৰীনগৰ জিলাত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত কোনে স্থানীয় পৰিষদ গঠন কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

ইফালে ১৪০ খন আসনযুক্ত জন্মু প্ৰভিন্সত বিজেপিয়ে তুলনামূলকভাৱে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। জন্মুত বিজেপিয়ে ৭১ খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰজোঁটে লাভ কৰিছে ৩৫ খন আসন।

বৰ্তমানেও চাৰিখন আসনৰ ফলাফল ঘোষণা কৰিবলৈ বাকী থকা অৱস্থাত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীয়ে ৪৯ খন আসনত বিজয় সাৱ্স্ত্য কৰিছে।

স্মৰ্তব্য যে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত জন্মু আৰু কাশ্মীৰ প্ৰথমবাৰ বাবে যোৱা ২৮ নৱেম্বৰত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd