• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ অগ্ৰগতি; ৰূপক শৰ্মাৰ প্ৰতিক্ৰিয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 23, 2019 9:23 am

1 min read

৭ আগষ্টৰ পৰা বৰ্ষজোৰা কাৰ্যসূচীৰে নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

বিধায়ক ৰূপক শৰ্মা

1.4k
VIEWS
Share on FacebookShare on Twitter

আজি হৈ থকা লোকসভা নিৰ্বাচন-২০১৯ ৰ বৰ্তমানলৈ হোৱা (ৰাতিপুৱা ৯.৩০ বজালৈ) ভোটগণনাত নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই প্ৰতিদ্বন্দ্বি কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈতকৈ আগবাঢ়ি আছে।

বৰ্তমানলৈ হোৱা ভোটগণনাত নগাঁও সদৰ, ৰহা আৰু বঢ়মপুৰ বিধানসভা সমষ্টিত ৰূপক শৰ্মা আগবাঢ়ি আছে।

বৰ্তমানলৈ হৈ যোৱা ভোটগণনা সন্দৰ্ভত ৰূপক শৰ্মাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

শৰ্মাই কয় যে দেশৰ জনতাই নৰেন্দ্ৰ মোদীক প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবে বিজেপিক ভোট দিছে আৰু নগাঁও সমষ্টি ইয়াৰ ব্যাতিক্ৰম হোৱা নাই।

কংগ্ৰেছে যিমানে বিজেপিৰ হৈ অপপ্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে সিমানে বিজেপি শক্তিশালী হৈছে বুলিও বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে মন্তব্য কৰিছে।

আনহাতে, আজি ৰাতিপুৱাই মন্দিৰলৈ গৈ ৰূপক শৰ্মাই ভগৱানৰ আশিস গ্ৰহণ কৰে আৰু দলীয় সমৰ্থকৰ সৈতে বিভিন্ন বিধানসভা সমষ্টি ভ্ৰমণ কৰে।

Recent News

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd