DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাতংক : শ্ৰীমন্ত শংকৰ একাডেমী চ’ছাইটিৰ ৫ শিক্ষানুষ্ঠানৰ মাহিলি টিউশ্যন মাচুল হ্ৰাস

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2020 9:43 pm
Shrimanta-Shankar-Academy-Society-750x375
903
VIEWS
Share on FacebookShare on Twitter

দেশত অব্যাহত থকা মহামাৰী ক’ৰ’নাতংকৰ বাবে শ্ৰীমন্ত শংকৰ একাডেমী চ’ছাইটিয়ে ইয়াৰ অধীনত থকা পাঁচখন শিক্ষানুষ্ঠানৰ টিউশ্যন মাচুল হ্ৰাস কৰিছে।

উল্লেখ্য যে, ১৯৯১ চনত স্থাপিত শ্ৰীমন্ত শংকৰ একাডেমী চ’ছাইটিৰ অসমত ৫ খন প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান আছে।

চ’ছাইটিৰ শিক্ষানুষ্ঠানসমূহ হৈছে ক্ৰমে, শ্ৰীমন্ত শংকৰ একাডেমি, পাণবজাৰ, শ্ৰীমন্ত শংকৰ একাডেমি চিনিয়ৰ হায়াৰ ছেকেণ্ডাৰী স্কুল, দিছপুৰ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকন’ল’জি( GIMT), গুৱাহাটী, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকন’ল’জি( GIMT) তেজপুৰ আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট ফাৰ্মাচিকেল ছাইন্স(GIPS), গুৱাহাটী।

শ্ৰীমন্ত শংকৰ একাডেমী চ’ছাইটিৰ সম্পাদক বিজয়ানন্দ চৌধুৰীয়ে নৰ্থইষ্ট নাওক জনোৱা অনুসৰি ৰাজ্যত মহামাৰী কোভিড১৯এ সংহাৰৰ পৰিপ্ৰেক্ষিতত শ্ৰীমন্ত শংকৰ একাডেমী চ’ছাইটিয়ে ইয়াৰ পাঁচখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ মাহিলি টিউশ্যন মাচুল হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

“গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকন’ল’জি( GIMT), গুৱাহাটী, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকন’ল’জি( GIMT) তেজপুৰ আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট ফাৰ্মাচিকেল ছাইন্স(GIPS), গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ ছমাহৰ বাবে ২০ শতাংশ মাহিলি টিউশ্যন মাচুল হ্ৰাস কৰা হৈছে।” তেওঁ কয়।

চৌধুৰীয়ে আৰু কয় যে দিছপুৰস্থিত শ্ৰীমন্ত শংকৰ একাডেমি চিনিয়ৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ মাহিলি টিউশ্যন মাচুল চলিত বৰ্ষৰ জুলাই পৰা ছেপ্তেম্বৰ মাহলৈকে ২০ শতাংশ হ্ৰাস কৰা হৈছে।

ইফালে পাণবজাৰস্থিত শ্ৰীমন্ত শংকৰ একাডেমিৰ শিক্ষাৰ্থীৰ মাহিলি টিউশ্যন মাচুল চলিত বৰ্ষৰ জুলাই পৰা ছেপ্তেম্বৰ মাহলৈকে ১৫ শতাংশ হ্ৰাস কৰা হৈছে।

সোমবাৰে প্ৰকাশ কৰা এই সম্পৰ্কীয় জাননীত কোৱা হৈছে যে ইতিমধ্যে টিউশ্যন মাচুল জমা দিয়া শিক্ষাৰ্থীসকলৰ টিউশ্যন মাচুলৰ ৰেহাই আগন্তুক সময়ত কৰ্তৃপক্ষই মিলাই ল’ব।

চৌধুৰীয়ে লগতে জনায় যে, তেজপুৰস্থিত GIMT-এ ইতিমধ্যে কোভিড চিকিৎসালয় হিচাপে সেৱা আগবঢ়োৱাই আহিছে আৰু অতি শীঘ্ৰেই গুৱাহাটীস্থিত GIMTক ১,০০০ বিচনাযুক্ত কোভিড চিকিৎসালয়ৰূপে গঢ়ি তোলা হ’ব।

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd