• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাণ্ডজ্ঞানহীনতা! পুনৰ ৰেল লাইনত চিলিণ্ডাৰ উদ্ধাৰ,লাইনচ্যুত কৰাৰ প্ৰচেষ্টা দুষ্কৃতিকাৰীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 22, 2024 3:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ৰেলপথত স্থাপন কৰা হ’ল এল পি জি চিলিণ্ডাৰ। চালকৰ প্ৰচেষ্টাত কানপুৰত সংঘটিত হোৱা এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে মালবাহী ট্ৰেইনখন। দেওবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা।

দেওবাৰে পুৱাৰ ভাগত প্ৰয়াগৰাজ সংমণ্ডলৰ পেৰামবুৰ ষ্টেচনৰ পৰা কিছু দূৰৈত ৰেলপথত উদ্ধাৰ হয় চিলিণ্ডাৰটো। ট্ৰেইনৰ ট্ৰেকত চিলিণ্ডাৰটো উদ্ধাৰ কৰে চালকজনে। ব্ৰেক টিপি ৰেলখন বন্ধ কৰা হয়। তাৰ পাছত স্থানীয় প্ৰশাসনক অৱগত কৰা হয়।

আৰ পি এফৰ তথ্য অনুসৰি মালবাহী ট্ৰেইনখনৰ গতি কম হোৱাৰ বাবে চালকজনে পাঁচ কেজিৰ চিলিণ্ডাৰটো দেখিছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে।

Apply Now

ছেপ্টেম্বৰৰ আৰম্ভণিতে প্ৰয়াগৰাজৰ ৰে’লপথত বৃহৎ গেছ চিলিণ্ডাৰ, চাইকেল, ডিজেল আৰু পেট্ৰ’ল এৰি থৈ গৈছিল। প্ৰয়াগৰাজৰ পৰা হাৰিয়ানাৰ ভীৱানী অভিমুখে গৈ আছিল কালিন্দি এক্সপ্ৰেছ। ৰেলখনে চিলিণ্ডাৰত খুন্দা মাৰে।চিলিণ্ডাৰ ৫০ মিটাৰ দূৰত বাগৰি পৰে। ড্ৰাইভাৰে ব্ৰেক মাৰে। যাৰ ফলত বৃহৎ দুৰ্ঘটনাৰ পৰা হাত সাৰিব পৰা গ’ল।

আগষ্টৰ পৰা এনে কেইবাটাও ঘটনা পোহৰলৈ আহিছে। ৮ ছেপ্টেম্বৰৰ প্ৰয়াগৰাজ কাণ্ডৰ পূৰ্বে ২৩ আগষ্টত ৰাজস্থানৰ পালি জিলাৰ আহমেদাবাদ-যোধপুৰ বান্ধত ভাৰতৰ সন্মুখত চিমেণ্টৰ ব্লক এৰি দিয়া হৈছিল। সেইদিনা ফাৰুখাবাদ এক্সপ্ৰেছৰ সন্মুখত কাঠ ৰখা হৈছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

August 2, 2026 12:22 pm
অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

August 2, 2026 10:34 am
পুৱাই ভয়ংকৰ বিমান দুৰ্ঘটনা! ভাঙি পৰিল পৰ্যটক কঢ়িওৱা বিমান; পাইলটসহ ১৩ জনৰ মৃত্যু

পুৱাই ভয়ংকৰ বিমান দুৰ্ঘটনা! ভাঙি পৰিল পৰ্যটক কঢ়িওৱা বিমান; পাইলটসহ ১৩ জনৰ মৃত্যু

August 2, 2026 10:01 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 2, 2026 9:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

August 2, 2026 12:22 pm
অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

August 2, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd