• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা মঙ্গলবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে ডিমা হাছাও বন্ধৰ ঘোষণা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
February 7, 2020 7:44 am
IMG20200206125802

ফটো: নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪(২) আৰু ২৭৫(১) দফাৰ অধীনত স্বায়ত্ত শাসিত পৰিষদৰ সৈতে এখন পৃথক স্বায়ত্ত শাসিত জিলা গঠনৰ দাবীত বৃহস্পতিবাৰে এন চি হিলছ ইণ্ডিজেনাছ পিপুলছ ফ’ৰামে ১২ ঘণ্টীয়া ডিমা হাচাও জিলা বন্ধৰ ঘোষণা কৰিছিল।

ইণ্ডিজেনাছ পিপুলচ্ ফ’ৰামে আহ্বান জনোৱা উক্ত ১২ ঘন্টীয়া বন্ধক কেন্দ্ৰ কৰি সামগ্ৰিক পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখা গৈছিল।

Apply Now

বন্ধ সমৰ্থক আৰু বন্ধ বিৰোধী দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়।

পৰবৰ্তী সময়ত আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ আৰু অতিৰিক্ত জিলা উপায়ুক্ত ধ্রুবজ্যোতি দেব উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

মাৰপিটৰ ঘটনাত আহত হয় ইণ্ডিজেনাছ উইমেন ফ’ৰামৰ নেত্ৰী গৌনিৱেঙ ভাইফে, আইএছএফ সভাপতি ডেভিদ কেইভম আৰু আইএছএফ নেতা ডেভিদ টুওলাই।

ভাইফেৰ মূৰত আঘাত লগাৰ উপৰি কেইভম আৰু টুওলাইৰ মুখমণ্ডলত আঘাত লাগে।

কিন্তু ইয়াৰ পাছতো আবেলি তিনিটা লৈকে আকৌ বন্ধ বিৰোধী গোটৰ লগত বন্ধ সমৰ্থনকাৰীৰ হাফলং কালচাৰাল ইনস্টিটিউট হ’লৰ ওচৰত মুখামুখি হয় যদিও তেনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ’ল।

কিন্তু কিয় বন্ধৰ বিৰোধিতা কৰি এটা গোট ৰাজপথত ওলাই আহিছে এই বিষয়কলৈ বন্ধ আহ্বান জনোৱা ইণ্ডিজেনাছ গোটে ক্ষোভ ব্যক্ত কৰে।

আইপিএফৰ কাৰ্যনিৰ্বাহী সভাপতি এছ জেমিয়ে সংবাদ মাধ্যমৰ লগত সাক্ষাৎকাৰত কয়, ‘আমি শান্তি পূৰ্ণ ভাৱে বন্ধ পালনৰ কাৰনে ১২ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছিল। কিন্তু বন্ধ বিৰোধী এটা ফৈদে বন্ধ সমৰ্থনকাৰী সকলৰ ওপৰত জপিয়াই পৰে। শিলগুটিও নিক্ষেপ কৰে। যাৰ কাৰণে এগৰাকী মহিলা আৰু দুগৰাকী যুবক আঘাত প্ৰাপ্ত হয়। যি অতিকৈ নিন্দাজনক ঘটনা।‘

তেওঁ লগতে কয়, ‘যিহেতু আমাক বন্ধকলৈ প্ৰত্যাহ্বান জনোৱা হৈছে আৰু শান্তিপূৰ্ণ বন্ধক ৰক্তাক্ত ৰূপ দিয়া হ’ল। ইয়াৰ বাবে জিলা বন্ধ সমৰ্থকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত অহা মঙ্গলবাৰৰ পৰা অনিৰ্দিষ্টকালীন ডিমা হাচাও জিলা বন্ধৰ আহ্বান জনোৱা হ’ল।‘

এতিয়া আগন্তুক দিনত চৰকাৰে পৃথক স্বায়ত্ত শাসিত জিলা গঠনৰ দাবিত কি ব্যৱস্থা লয় এয়া সময়ত লক্ষ্যণীয় হ’ব।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd