• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগ্নিগৰ্ভ ৰাখাইন; ভাৰতীয় নাগৰিকক অনতিপলমে ম্যানমাৰ এৰাৰ পৰামৰ্শ ভাৰত চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2024 8:28 am
ম্যানমাৰৰ ৰাখাইন প্ৰদেশ। ফটোঃ সংগ্ৰহীত।

ম্যানমাৰৰ ৰাখাইন প্ৰদেশ। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ ৰাখাইন পুনৰ অশান্ত হৈ পৰিছে। সেই দেশৰ বিদ্ৰোহৰ জুইত জ্বলি উঠিছে প্ৰদেশখন। তাত থকা লোকসকলে নিৰাপত্তাৰ অভাৱত ভুগিছে। এনে পৰিস্থিতিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ নাগৰিকক ৰাখাইনলৈ নাযাবলৈ অনুৰোধ জনাইছে। কেৱল সেয়াই নহয়, দেশৰ নাগৰিকক ৰাখাইন এৰি যাবলৈ অনুৰোধ জনাই এক বিবৃতি জাৰি কৰা হৈছে।

ম্যানমাৰৰ ৰাখাইনত ক্ৰমাৎ বৃদ্ধি পোৱা হিংসাত্মক পৰিস্থিতিত ভাৰতৰ নাগৰিকৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে ৰাখাইনৰ নিৰাপত্তা পৰিস্থিতি অৱনতি ঘটিছে।

লেণ্ডলাইনকে ধৰি সমগ্ৰ টেলিকমিউনিকেচন ব্যৱস্থাটো কাৰ্যতঃ ধ্বংস হৈছে। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱৰ বাবে চাহিদা বাঢ়িছে। এনে পৰিস্থিতিত ভাৰতীয় নাগৰিকে ৰাখাইনলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।

Apply Now

তদুপৰি, ‘ইতিমধ্যে ৰাখাইনত থকা ভাৰতীয় নাগৰিকসকলক অনতিপলমে সেই প্ৰদেশ এৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে।’ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আগতেই দেশৰ নাগৰিকসকলক নিৰাপদে ভাৰতলৈ ঘূৰাই অনাৰ উদ্যোগ লৈছে ভাৰত চৰকাৰে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সামৰিক অভ্যুত্থানৰ পিছৰে পৰা ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত বাৰে বাৰে বিদ্ৰোহ চলি আহিছে। যোৱা বছৰৰ অক্টোবৰৰ পৰা সশস্ত্ৰ জনগোষ্ঠী আৰু ম্যানমাৰ সেনাৰ মাজত তীব্ৰ যুদ্ধৰ সূচনা হৈছে।

যোৱা বছৰৰ নৱেম্বৰৰ পৰা দেশৰ তিনিটা বিদ্ৰোহী গোটৰ নতুন মিত্ৰতা ব্ৰাদাৰহুড এলায়েন্স- টাং নেচনেল লিবাৰেশ্যন আৰ্মী (টিএনএলএ), আৰাকান আৰ্মী (এএ) আৰু ম্যানমাৰ নেচনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মী (এমএনডিএএ)-এ সামৰিক জুন্টা বাহিনীৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰিছে।

তেতিয়াৰ পৰাই ভাৰতৰ সীমান্তৱৰ্তী ম্যানমাৰৰ কেইবাটাও অঞ্চল অস্থিৰ হৈ পৰিছে। ইয়াৰ ফলত মণিপুৰ আৰু মিজোৰামৰ নিৰাপত্তা ব্যৱস্থাতো প্ৰভাৱ পৰিছে। যিটো ভাৰতৰ বাবে অন্যতম মূৰৰ বিষৰ কাৰণ হৈ পৰিছে।

ম্যানমাৰৰ সেনাই বিৰোধীক লক্ষ্য কৰি বিমান আক্ৰমণ চলাইছে। জানিব পৰা মতে, ৰাখাইন প্ৰদেশৰ ৰামৰি চহৰৰ ৰামৰি বিমানবন্দৰৰ পৰাই এই আক্ৰমণৰ পৰিকল্পনা কৰা হৈছে। দেশৰ পৰিস্থিতি কেতিয়া স্বাভাৱিক হ’ব সেই লৈ চিন্তিত হৈ পৰিছে ম্যানমাৰৰ সাধাৰণ জনতা। প্ৰাণ ৰক্ষাৰ বাবে মাথোঁ ইখন প্ৰদেশৰ পৰা আন এখন প্ৰদেশলৈ দৌৰি পলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd