• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰ পৰা ভাৰত-বাংলাদেশৰ মাজত “নৱম সম্প্ৰীতি” যুটীয়া সামৰিক অনুশীলন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 3, 2020 8:11 pm

1 min read

India-Bangladesh joint drill

“নৱম সম্প্ৰীতি” যুটীয়া সামৰিক অনুশীলনৰ দৃশ্য।

478
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা মেঘালয়ৰ উমৰৈত ভাৰত আৰু বাংলাদেশৰ মাজত “সম্প্ৰীতি” শীৰ্ষক ১৪ দিনীয়া যুটীয়া সামৰিক অনুশীলন আৰম্ভ হৈছে। দেশ দুখনৰ মাজত হোৱা যুটীয়া সামৰিক অনুশীলনটোৰ ই নৱম সংস্কৰণ।

এই সামৰিক অনুশীলনৰ প্ৰধান গুৰুত্ব হ’ব পাহাৰীয়া আৰু অৰণ্য অঞ্চলত সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰা।

যুটীয়া অভিযানবোৰত আন্তঃঅভিযান-সক্ষমতাত উপনীত হ’বলৈ এটা কমাণ্ড পোষ্ট এক্সাৰছাইজ (CPX)  আৰু ফিল্ড ট্ৰেইনিং এক্সাৰছাইজ (FTX) সমান্তৰালভাৱে সম্পন্ন কৰা হ’ব বুলি তেজপুৰস্থিত সামৰিক ঘাটিৰ পৰা প্ৰেৰিত এটা বিবৃতিত জনাইছে।

যুটীয়া অনুশীলনটোত বাংলাদেশ সেনাৰ ৩১জন বিষয়া আৰু ১৩৮জন অন্যান্য জোৱান আৰু ভাৰতীয় সেনাৰ এটা কোম্পানি গ্ৰুপে অংশগ্ৰহণ কৰিব।

অনুশীলনৰ সময়ত দুয়োখন দেশৰ সেনাই পৰস্পৰক বিভিন্ন কৌশলৰ ড্ৰিল আৰু প্ৰচিডিউৰবোৰ দেখুৱাব আৰু পিছত যুটীয়াভাৱে কৰ্ডন আৰু ছাৰ্চ, ৰেইড আৰু হাউছ ক্লিয়েৰেন্স ড্ৰিলত অংশ ল’ব।

বাংলাদেশৰ দলটোক নেতৃত্ব দিছে ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদ শফিউল আজামে।

অহা ১৬ ফেব্ৰুৱাৰিত যুটীয়া অনুশীলনটোৰ সামৰণি পৰিব।

Recent News

Coronavirus-Test-

অবিশ্বাস্য! বিগত ৫মাহত ৩১ বাৰ কৰ’না পজিটিভ এইগৰাকী মহিলা

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

VideoCapture_20210123-074110

পুৰণিগুদামত নিশা দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ; আহত প্ৰায় কুৰি জনৰো অধিক তীৰ্থযাত্ৰী

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd