• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2025 9:41 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰত চলি থকা গৃহযুদ্ধৰ সময়ত সেনাৰ বিমান আক্ৰমণ আৰু হিংসাৰ পৰা ৰক্ষা পাবলৈ এই শৰণাৰ্থীসকলে ভাৰতত আশ্ৰয় লৈছিল। শেহতীয়াকৈ ম্যানমাৰৰ পৰিস্থিতি উন্নত হোৱা বুলি কৈ ভাৰত চৰকাৰে নতুন শৰণাৰ্থীক প্ৰৱেশৰ অনুমতি দিয়া বন্ধ কৰি দিছে। এই সিদ্ধান্তক বিশ্বৰ মানৱীয় সংগঠনসমূহে সমালোচনা কৰিছে, যিয়ে যুক্তি দিছে যে ইয়াৰ ফলত শৰণাৰ্থীসকল বিপদত পৰে। ২০২৪ চনৰ মে’ মাহত আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আয়োগে মণিপুৰৰ পৰা ৭৭ জন ম্যানমাৰৰ শৰণাৰ্থীক বিতাড়িত কৰাৰ ফলত মানুহক বিপদজনক স্থানলৈ ঘূৰাই পঠোৱাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় নিয়ম উলংঘা কৰা বুলি প্ৰকাশ কৰিছিল।

২০২৪ চনৰ জুন মাহত ম্যানমাৰৰ পৰা প্ৰায় ৫৪০০ লোকে কামজোঙত বাস কৰিছিল, য’ত বেছিভাগেই টাংখুল নগা সম্প্ৰদায়ৰ লোকে বসবাস কৰে। গণতন্ত্ৰ সমৰ্থক গোটৰ সৈতে যুঁজি থকা ম্যানমাৰ সেনাৰ বোমা বিস্ফোৰণ আৰু আক্ৰমণৰ পৰা হাত সাৰিবলৈ সীমান্ত অতিক্ৰম কৰিছিল। সেনাৰ এই কাৰ্যত সাধাৰণ নাগৰিকৰ মাজত যথেষ্ট ক্ষতিসাধন হৈছে।

Apply Now

সম্প্ৰতি কামজোঙৰ বিভিন্ন নগা গাঁও, যেনে- নামলি, ৱাংগলী, কে আছাং খুল্লেন, চোৰো, পিললং, ফাইকোক, হুইমিন থানা আৰু চাংকালোকত এতিয়াও প্ৰায় ৭ হাজাৰ শৰণাৰ্থী আছে। ভাৰতীয় কৰ্তৃপক্ষই পাঁচ বছৰৰ তলৰ শিশু বাদ দি ইয়াৰে ৬ হাজাৰৰ বায়’মেট্ৰিক তথ্য সংগ্ৰহ কৰি স্থানীয় লোকৰ পৰা পৃথকে পৰিচয় পত্ৰ প্ৰদান কৰিছে।

 মণিপুৰৰ এখন স্থানীয় বাতৰি কাকত প্ৰকাশিত তথ্য অনুসৰি কামজং জিলাত আশ্ৰয় লৈ থকা ৫ হাজাৰতকৈ অধিক ম্যানমাৰৰ শৰণাৰ্থী নিজৰ দেশলৈ ঘূৰি গৈছে। প্ৰতিবেদন অনুসৰি কিছু শৰণাৰ্থী দিনৰ ভাগত খেতি বা অন্যান্য কামৰ বাবে ম্যানমাৰৰ নিজৰ গাঁৱলৈ উভতি যায় আৰু সন্ধিয়া কামজংলৈ উভতি যায়। স্থানীয় প্ৰশাসনে অসম ৰাইফলছ আৰু মণিপুৰ চৰকাৰৰ সহযোগত তেওঁলোকক খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যেনে বাচন-বৰ্তন, বাল্টি, তিৰপাল, টিনৰ চাদৰ যোগান ধৰিছে।

ম্যানমাৰৰ শৰণাৰ্থীৰ আগমনৰ ফলত মণিপুৰত বিশেষকৈ ২০২৩ চনৰ মে’ মাহৰ পৰা কুকি সম্প্ৰদায়ৰ সৈতে সংঘাতত লিপ্ত হোৱা মেইটেই সম্প্ৰদায়ৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে। ভাৰতে শৰণাৰ্থীসকলক উভতাই পঠোৱাৰ সিদ্ধান্তক সমালোচনা কৰিছে মানৱীয় সংগঠনে, ম্যানমাৰৰ হিংসাৰ পৰা পলায়ন কৰা লোকসকলক সুৰক্ষা দিবলৈ চৰকাৰক আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd