• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন নিষেধাজ্ঞা! বাংলাদেশৰ পৰা স্থলপথেৰে ৯বিধ সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2025 11:01 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে আৰু স্থলবন্দৰৰ জৰিয়তে বাংলাদেশৰ পৰা ৯টা সামগ্ৰী আমদানি নকৰে। বাংলাদেশী ব্যৱসায়ীসকলে কেৱল মুম্বাইত থকা নভো সেৱা বন্দৰ ব্যৱহাৰ কৰি সেই ৯ বিধ সামগ্ৰী ভাৰতলৈ ৰপ্তানি কৰিব পাৰিব।

উৎপাদিত সামগ্ৰীসমূহৰ ভিতৰত আছে কেঁচা পাট, মৰাপাটৰ ৰোল, মৰাপাটৰ সূতা আৰু বিশেষ ধৰণৰ কাপোৰ। ভাৰতীয় বৈদেশিক বাণিজ্য বিভাগে জাৰি কৰা নতুন নিষেধাজ্ঞাৰ অৰ্থ হ’ল ভাৰতে বাংলাদেশৰ পৰা সেই সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ আৰু আগ্ৰহী নহয়। সেয়ে স্থলবন্দৰৰ ব্যৱহাৰ বন্ধ কৰি দিছে। ফলত বাংলাদেশ চৰকাৰৰ লগতে সেই দেশৰ ৰপ্তানিকাৰীসকলো সংকটত পৰিব।

Apply Now

ভাৰতে ইয়াৰ পূৰ্বে দুবাৰকৈ ৯ এপ্ৰিল আৰু ১৭ মে’ত বাংলাদেশৰ সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ৯ এপ্ৰিলৰ নিৰ্দেশনাত কোৱা হৈছিল যে বাংলাদেশে কলকাতা বন্দৰ আৰু স্থল বন্দৰ ব্যৱহাৰ কৰি কোনো তৃতীয় দেশলৈ ৰেডিমেড কাপোৰ ৰপ্তানি কৰিব নোৱাৰিব। তেওঁলোকে নেপাল আৰু ভূটানলৈ সামগ্ৰী যোগান ধৰিব বিচাৰিলেও বিমান পথ ব্যৱহাৰ কৰিব লাগিব।

১৭ মে’ৰ নিৰ্দেশনাত উল্লেখ আছে যে বাংলাদেশে ৰেডিমেড গাৰ্মেণ্ট, প্লাষ্টিক আৰু কাঠৰ আচবাব, প্ৰচেছড ফুড, প্লাষ্টিক, সূতাৰ সামগ্ৰী, ফলমূল আৰু ফলৰ সোৱাদযুক্ত পানীয়, শীতল পানীয় ইত্যাদি ভাৰতলৈ ৰপ্তানি কৰিব নোৱাৰিব।

ভূৰখা মহলৰ মতে, বাংলাদেশে নিষেধাজ্ঞাৰ অধীনত থকা ৯৯ শতাংশ সামগ্ৰী স্থলবন্দৰৰ জৰিয়তে ভাৰতলৈ প্ৰেৰণ কৰিছিল। ফলত ৰপ্তানিৰ খৰচ আৰু সময় কমি আছিল। বহুতে ভাৰতৰ এই নিষেধাজ্ঞাক বাংলাদেশৰ পৰা ৰপ্তানি হ্ৰাস কৰাৰ এক পদক্ষেপ হিচাপে চাইছে।

এই সিদ্ধান্তই দুয়োখন দেশৰ মাজত অস্থিৰ সম্পৰ্কৰ ছাপ পেলাইছে বুলিও সংশ্লিষ্ট সূত্ৰই প্ৰকাশ কৰিছে। মহম্মদ ইউনুছ চৰকাৰৰ দিনত পাকিস্তান আৰু চীনৰ সৈতে বাংলাদেশৰ ঘনিষ্ঠতা আৰু বাণিজ্য বৃদ্ধিৰ কথা ভাৰতে ভালদৰে লোৱা নাই। ইয়াৰ উপৰিও বাংলাদেশৰ ভাৰত বিৰোধিতাত অসন্তুষ্ট নতুন দিল্লী।

কিন্তু ভাৰতৰ প্ৰতি অন্তৱৰ্তীকালীন চৰকাৰৰ আচৰণত কেৱল দিল্লীয়েই অসন্তুষ্ট নহয়, বাংলাদেশী ব্যৱসায়ী সমাজো অসন্তুষ্ট। তেওঁলোকে অনুভৱ কৰে যে ভাৰতীয় বজাৰ হেৰুৱালে তেওঁলোকক সংকটৰ পৰিস্থিতিলৈ ঠেলি দিব।

পূৰ্বৰ দুটা নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত বাংলাদেশী ব্যৱসায়ীসকলে এই বিবাদ সমাধানৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰে। বাংলাদেশ চৰকাৰেও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰিয়তে ভাৰত চৰকাৰক এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে। পূৰ্বৰ নীতি-নিৰ্দেশনা বজাই ৰাখি শুকুৰবাৰে ভাৰতে পুনৰ এই নতুন নিষেধাজ্ঞা আৰোপ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd