• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

India beat South Africa: ঈশান-শ্ৰেয়াছৰ ৰাজকীয় বেটিঙেৰে সহজ জয়; ধোনীৰ চহৰত শৃংখলাত সমতা স্থাপন টীম ইণ্ডিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2022 8:52 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India beat South Africa by 7 wickets ভাৰতীয় দলৰ ছিনিয়ৰসকলে আগন্তুক বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়াত প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু দেশৰ মাটিত ঈশান কিষাণ আৰু শ্ৰেয়াছ আয়াৰে দৃষ্টি আকৰ্ষণকাৰী ইনিংছেৰে বুজাই দিলে যে আমিও কম নহয়।

মাত্ৰ ৭ ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হ’ল ঈশান। শ্ৰেয়াছে এটা বাউণ্ডেৰী মাৰি তেওঁৰ এদিনীয়া কেৰিয়াৰৰ দ্বিতীয়টো শতক সম্পূৰ্ণ কৰে। একে সময়তে তেওঁ দলটোৰ বাবে এক অতি মূল্যৱান বিজয় সাৱ্যস্ত কৰে। এই বিজয়ৰ জৰিয়তে শিখৰ ধাৱানৰ টীম ইণ্ডিয়া শৃংখলাটোত সমতালৈ উভতি আহে।

Apply Now

দেওবাৰে শ্ৰেয়াছ সাৱলীল ছন্দত আছিল। তেওঁ পূৰ্বৰ মেচখনতো অৰ্ধশতক অৰ্জন কৰিছিল। কিন্তু বিজয় আধৰুৱা হৈ ৰৈছিল। কিন্তু পূৰ্ণিমাৰ নিশা তেওঁ দেশবাসীৰ মুখত হাঁহি বিৰিঙাবলৈ সফল হৈছিল। তেওঁ ১১৩ ৰাণত অপৰাজিত হৈ থাকি দলক বিজয় প্ৰদান কৰি খেলপথাৰ এৰিছিল। তেওঁ মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰে।

ইয়াৰ আগতে ঈশানে শক্তিশালী প্ৰদৰ্শেনে ৮৪ টা বলত ৯৩ ৰাণ সংগ্ৰহ কৰি দলটোক বিজয়ৰ দুৱাৰ দলিলৈ লৈ যোৱাৰ কাম কৰিছিল।

দেওবাৰৰ দিনটোতে বাভুমাৰ অবিহনে কেশৱ মহাৰাজৰ নেতৃত্বত দক্ষিণ আফ্ৰিকা খেলপথাৰত অৱতীৰ্ণ হয়। টছত জয়ী হোৱাৰ পিছত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰে আৰু ভাৰতৰ সন্মুখত যথেষ্ট বৃহৎ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰে। হেণ্ড্ৰিক্স আৰু মাৰ্ক্ৰামে বেটেৰে চমক দিছিল। অৱশ্যে চিৰাজৰ পেচ ধুমুহাৰ সন্মুখত ত্ৰাহি মধুসূদন দেখিছিল কুইন্টন ডি ককে।

চিৰাজে তিনিটা উইকেট দখল কৰে। অভিষেক খেলখনত শ্বাহবাজ আহমেদে মালানক পেভিলিয়নলৈ ঘূৰাই পঠিয়াই সতীৰ্থসকলক প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় বেটিং অৰ্ডাৰৰ আৰম্ভণিতে আঘাত হানিলেও যুৱ ব্ৰিগেডৰ পৰাক্ৰমত জয়ৰ ক্ষুধা ত্যাগ কৰিব লগা হয় দক্ষিণ আফ্ৰিকাই। অপেনাৰ ধাৱান আৰু শুভমান গিল ক্ৰমে ১৩ আৰু ২৮ ৰাণত আউট হৈছিল। কিন্তু তেতিয়া ধোনীৰ চহৰ ৰাঁচীত ঈশান-শ্ৰেয়াছৰ ধুমুহাত বিপক্ষৰ বলি তচনচ হৈ পৰিছিল। দৰ্শকসকলে উপভোগ কৰিছিল এক মনোৰঞ্জক ক্ৰিকেট।

টীম ইণ্ডিয়াৰ যুৱ ব্ৰিগেডৰ এনে আত্মবিশ্বাসী প্ৰদৰ্শনে নিঃসন্দেহে ৰাহুল দ্ৰাবিড়ক সকাহ দিব। এতিয়া ধাৱান বাহিনীৰ লক্ষ্য হৈছে তৃতীয় খন মেচ জিকি শৃংখলাটো হস্তগত কৰা। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd