• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰিটেইন, ফ্ৰান্সক অতিক্ৰমি বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ হ’ল ভাৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2020 11:01 am
India-Rupee-economy-predictions-and-analysis-by-Mihir-Baxi

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেতিবাচক বহু খৱৰৰ মাজতে মোদী চৰকাৰৰ বাবে এটা ভাল খৱৰ আহিল। ভাৰত বিশ্বৰ পঞ্চমখন বৃহৎ অৰ্থনীতিৰ দেশ হৈ পৰিল।

২.৯৪ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰে সৈতে ভাৰতে ২০১৯ত ব্ৰিটেইন আৰু ফ্ৰান্সকো পাছ পেলাইছে।

Apply Now

প্ৰধান মন্ত্ৰী মোদীয়ে আগন্তুক পাঁচ বছৰৰ ভিতৰত ভাৰতক ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দেশ কৰি গঢ়ি তোলাৰ লক্ষ্য লৈছে।

আমেৰিকাৰ গৱেষণামূলক সংস্থা ৱৰ্ল্ড পপুলেশ্যন ৰিভিউয়ে তেওঁলোকৰ প্ৰতিবেদনত কৈছে যে আত্মনিৰ্ভৰশীল কৰি তোলাৰ পূৰ্বৰ নীতিৰে ভাৰত এতিয়া আগবাঢ়ি এক মুক্ত বজাৰ অৰ্থনীতিৰ ৰূপত বিকশিত হ’বলৈ ধৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে ‘সকলো ঘৰুৱা উৎপাদন (জিডিপি)ৰ ক্ষেত্ৰত ভাৰত ২.৯৪ লাখ কোটি (ট্ৰিলিয়ন) ডলাৰৰ সৈতে বিশ্বৰ বিশ্বৰ পঞ্চমখন বৃহৎ অৰ্থনীতিৰ দেশ হৈ পৰিছে। এইক্ষেত্ৰত ই ২০১৯ত ব্ৰিটেইন আৰু ফ্ৰান্সকো পাছ পেলাইছে।‘

ব্ৰিটেইনৰ অৰ্থনীতিৰ পৰিসৰ বৰ্তমান ২.৮৩ ট্ৰিলিয়ন ডলাৰ আৰু ফ্ৰান্সৰ ২.৭ ট্ৰিলিয়ন ডলাৰ।

ক্ৰয় শক্তি সমতাৰ আধাৰত ভাৰত জিডিপি ১০.৫১ ট্ৰিলিয়ন ডলাৰ আৰু এইটো জাপান তথা জাৰ্মানীতকৈ আগবঢ়া।

অৱশ্যে, অধিক জনসংখ্যাৰ ভাৰতত প্ৰতিজন ব্যক্তিৰ জিডিপি মাত্ৰ ২১৭০ ডলাৰ। আমেৰিকাত প্ৰতিজন ব্যক্তিৰ জিডিপি হৈছে ৬২,৭৯৪ডলাৰ।

প্ৰতিবেদনত কংগ্ৰেছৰ শাসনকালত আৰম্ভ কৰা উদাৰীকৰণৰো প্ৰশংসা কৰা হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত অৰ্থনৈতিক উদাৰীকৰণ ১৯৯০ৰ দশকত আৰম্ভ কৰা হৈছিল।

উদ্যোগক নিয়ন্ত্ৰণ মুক্ত কৰাৰ লগতে বৈদেশিক বাণিজ্য আৰু বিনিয়োগত নিয়ন্ত্ৰণ সীমিত কৰা হয়। ইয়াৰ লগতে চৰকাৰী কোম্পানীসমূহক ব্যক্তিগতকৰণ কৰা হয়।

এই ধৰণেৰে ভাৰতে আৰ্থিক বিকাশ ক্ষিপ্ৰ কৰি তোলাত সহায় কৰে। এই প্ৰতিবেদন প্ৰস্তুত কৰা আমেৰিকাৰ ৱৰ্ল্ড পপুলেশ্যন ৰিভিউ এটা স্বতন্ত্ৰ সংস্থা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd