• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰৰ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান INDIA’ৰ; বিজেপিক কঠোৰ ভাষাৰে সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2023 3:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা বিৰোধী দল INDIA ৰ সাংসদসকলে ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। দেওবাৰে পুৱা বিৰোধী শিবিৰৰ ২১ জন সাংসদ মণিপুৰৰ ৰাজভৱনলৈ গৈ ৰাজ্যপালক সাক্ষাৎ কৰে। তেওঁলোকে দাখিল কৰা স্মাৰক পত্ৰখনত বিজেপি চৰকাৰক অতি কঠোৰ ভাষাৰে সমালোচনা কৰা হৈছে।

স্মাৰক পত্ৰত বিৰোধী দলৰ সাংসদ সকলে মণিপুৰৰ পৰিস্থিতি অধিক বেয়া হৈ গৈ আছে বুলি উল্লেখ কৰে। স্মাৰক পত্ৰখনত দাবী কৰা হৈছে যে মণিপুৰৰ সাহায্য শিবিৰসমূহ অত্যন্ত অস্বাস্থ্যকৰ। এটা এটা ডাঙৰ কোঠাত ৪০০-৫০০ লোকক ৰখা হৈছে। ৰাজ্য চৰকাৰে কেৱল চাউল-দালিহে যোগান ধৰিছে। কিন্তু কণমানিবোৰৰ খাবলৈ একো নাই। শিশুবোৰৰ বাবে বিশেষ ব্যৱস্থা কৰাৰ প্ৰয়োজন।

লগতে পঢ়ক: এটা অভাৰত ৭ টা ছয়, ৪৮ ৰাণ! বিধ্বংসী বেটিঙেৰে বলাৰক কন্দুৱাই অভিলেখ গঢ়িলে এগৰাকী অখ্যাত বেটাৰে

Apply Now

বিৰোধীয়ে দাবী কৰিছে যে বিগত ৮৯ দিন ধৰি প্ৰধানমন্ত্ৰীয়ে মণিপুৰক লৈ যিদৰে মৌনতা অৱলম্বন কৰিছে, তাৰ পৰাই মণিপুৰক লৈ তেওঁৰ মানসিকতা কি সেয়া বুজা যায়।

প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়া অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে, মণিপুৰৰ দুৰ্দশাৰ বিষয়ে আমি ৰাজ্যপালক অৱগত কৰিছো। আমাৰ কথাত তেওঁৱো একমত। ৰাজ্যপালে বিচাৰে চৰকাৰে সকলোৰে লগত কথা পাতক। তেওঁ সকলো দলকে লৈ এটা প্ৰতিনিধি দল গঠন কৰি মণিপুৰলৈ অহাৰ প্ৰস্তাৱ আগবঢ়ায় আৰু সকলো সম্প্ৰদায়ৰ মানুহৰ সৈতে কথা পতাৰ প্ৰস্তাৱ দিছে।”

চৌধুৰীয়ে কয় যে ৰাজ্যৰ স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে তেওঁলোকে ৰাজ্যপালক শীঘ্ৰে ব্যৱস্থা ল’বলৈ দাবী জনাইছে৷

লগতে পঢ়ক: আৰ টি আইৰ আবেদনৰ ৪০ হাজাৰ পৃষ্ঠাৰ উত্তৰ! এক গাড়ী তথ্য লৈ ঘৰলৈ উভতিল ব্যক্তি

উল্লেখ্য যে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিনিধি দলটো শনিবাৰে পুৱা দিল্লীৰ পৰা মণিপুৰ অভিমুখে ৰাওনা হৈছিল। দিনৰ প্ৰায় বাৰ বজাত ইম্ফল পোৱাৰ লগে লগে দলটো দুটা ভাগত বিভক্ত হয়। এটা অঞ্চলৰ পৰা অহা যান-বাহন আন এলেকাত প্ৰৱেশ কৰিব নোৱাৰে। সেইবাবেই কেৱল হেলিকপ্টাৰেই ভৰসা। কিন্তু মাত্ৰ এখন হেলিকপ্টাৰহে পোৱা যায়।

এটা দলে পাহাৰীয়া অঞ্চলৰ সংখ্যাগৰিষ্ঠ কুকিসকলক দেখা কৰে। আনটো দলে উপত্যকাত মেইটেই সম্প্ৰদায়ক দেখা কৰে। উপত্যকাৰ ইম্ফলৰ পৰা পাহাৰৰ চুৰাচান্দপুৰলৈকে – প্ৰতিনিধি দল দুটা সকলোতে গৈছিল। সাহায্য শিবিৰত থকা মহিলা আৰু শিশুৰ কৰুণ অৱস্থা দেখি তেওঁলোক স্তম্ভিত হৈ পৰে।

লগতে পঢ়ক: এতিয়াৰে পৰা হোৱাটছএপত প্ৰেৰণ কৰিব পাৰিব ভিডিঅ’ মেছেজ; কেনেদৰে কৰিব ব্যৱহাৰ?

দেওবাৰে পুৱা মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ কৰে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিনিধি দলে। আজি দিনত তেওঁলোকে আৰু কিছু স্থানীয় লোকৰ লগত কথা পাতিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd