• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এটা অভাৰত ৭ টা ছয়, ৪৮ ৰাণ! বিধ্বংসী বেটিঙেৰে বলাৰক কন্দুৱাই অভিলেখ গঢ়িলে এগৰাকী অখ্যাত বেটাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2023 1:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফগানিস্তানত চলি আছে কাবুল প্ৰিমিয়াৰ লীগ। সেই টুৰ্ণামেণ্টৰ এখন মেচত ছাদিকুল্লাহ অটলে বেটিঙেৰে ধুমুহাৰ সৃষ্টি কৰে। বিস্ফোৰক বেটিঙেৰে বলাৰ আমিৰ জাজাইৰ এটা অভাৰত মুঠ ৪৮ ৰান সংগ্ৰহ কৰে ছাদিকুল্লাই। টি-২০ ফ্ৰেঞ্চাইজি লীগত প্ৰায়ে অভিনৱ অভিলেখ দেখা পোৱা যায়। যিটো নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি।

এনেকুৱাই হৈছে ছাদিকুল্লা অটলৰ কৃতিত্ব। সেই অভাৰত তেওঁ মুঠ ৭টা ছয় মাৰে। এই বিধ্বংসী বেটিঙেৰে ছাদিকুল্লাই ভাৰতৰ তাৰকা বেটছমেন ঋতুৰাজ গাইকোৱাডৰ অভিলেখৰ সৈতে একে স্থানত বহিল।

লগতে পঢ়ক: ৰোহিত-বিৰাট বিহীন টীম ইণ্ডিয়াৰ পৰাজয়; শৃংখলাত সমতা স্থাপন ৱেষ্ট ইণ্ডিজৰ

Apply Now

কাবুল প্ৰিমিয়াৰ লীগত শ্বাহীন হাণ্টাৰ্ছ আৰু আবাচিন ডিফেণ্ডাৰ্ছৰ মাজত খেলখন অনুষ্ঠিত হৈছিল। হাণ্টাৰ্ছৰ হৈ খেলিছে ছাদিকুল্লাহ অটলে। প্ৰতিযোগিতাখনৰ দশম মেচত প্ৰতিদ্বন্দ্বী আবাচিন ডিফেণ্ডাৰ্ছৰ বলাৰ আমিৰ জাজাইক একপ্ৰকাৰ কন্দুৱাই দিলে ছাদিকুল্লাই।

মেচখনত প্ৰথমে বেটিং কৰিবলৈ আহিছিল শ্বাহীন হাণ্টাৰ্ছ। আৰম্ভণি একেবাৰে ভাল নাছিল। আৰম্ভণিতে আবাচিনৰ বলাৰসকলে একেৰাহে তিনিটা উইকেট দখল কৰে। তেতিয়া ছাদিকুল্লাহ ক্ৰীজলৈ আহিল। তেওঁ বেটেৰে বিপক্ষৰ বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল। এটা অভাৰত ৪৮ ৰান সংগ্ৰহ কৰি তেওঁ বলাৰগৰাকীক ত্ৰাহি মধূসূদন দেখুৱালে।

১ অভাৰত ৪৮ ৰান কেনেকৈ হ’ল? এটা অভাৰত সকলো নিয়মিত বলত সৰ্বাধিক ৩৬ ৰান কৰিব পাৰে। ৩৬ ৰান হ’ব যদিহে বেটছমেনে ৬টা বলত ৬ টা ছয় মাৰিব পাৰে। কিন্তু কাবুল প্ৰিমিয়াৰ লীগত ১ অভাৰত ৪৮ ৰান!

লগতে পঢ়ক: আৰ টি আইৰ আবেদনৰ ৪০ হাজাৰ পৃষ্ঠাৰ উত্তৰ! এক গাড়ী তথ্য লৈ ঘৰলৈ উভতিল ব্যক্তি

খেলখনৰ ১৯ ​​অভাৰত আবাচিন ডিফেণ্ডাৰৰ হৈ বলিং কৰিবলৈ আহিছিল আমিৰ জাজাই। প্ৰথমটো আছিল ন’ বল। সেই বলটোতে ছাদিকুল্লাই ছয় মাৰে। পৰৱৰ্তী বলত ৱাইড আৰু বাই ৰাণৰ বাবে শ্বাহীন হাণ্টাৰ্ছে ৫ ৰান লাভ কৰে। এইদৰে তেওঁ বল খৰচ নকৰাকৈ ১২ ৰান লৈছিল। আমিৰৰ তৃতীয়টো ডেলিভাৰী বৈধ আছিল। অৱশ্যে ছাদিকুল্লাই সেইটো ষ্টেডিয়ামৰ বাহিৰলৈ পঠিয়াই দিলে। ইয়াৰ পাছতে অভাৰৰ বাকী পাঁচটা বলত ছয় মাৰি ৪৮ ৰান কৰে।

48 runs from 1 over. @Sediq_Atal26 is now in the cricketing history books. Equalled Rituraj Gaikwad's 7 sixes in an over. Poor Amir Zazai, almost escaped a heartache. This 💯 must open the doors of international cricket & leagues for Atal. 🇦🇫 #FutureStar #WorldRecord #SevenSixes pic.twitter.com/Ntt0lkZVUm

— Cricket Afghanistan (@AFG_Sports) July 29, 2023

বিগত বছৰ বিজয় হাজাৰে ট্ৰফীত ঋতুৰাজ গাইকোৱাডে এটা অভাৰত ৭টা ছয় মাৰিছিল। তেওঁৰ এই অভিলেখৰ সৈতে একে স্থানত উপনীত হ’ল আফগানিস্তানৰ ছাদিকুল্লাহ অটল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd