• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিজিটেল এৰেষ্টত সৰ্বস্বান্ত! জালিয়াতি ৰোধ কৰিবলৈ বন্ধ কৰা হ’ল ৫৯ হাজাৰ হোৱাটছএপ একাউণ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2024 9:25 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিজিটেল এৰেষ্ট। শেহতীয়া সময়ত চাইবাৰ অপৰাধৰ এই নতুন ধাৰাটোৰ প্ৰতি আশংকা বাঢ়িছে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইণ্ডিয়ান চাইবাৰক্ৰাইম কোঅৰ্ডিনেশ্যন চেন্টাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। সমগ্ৰ দেশতে ১৭০০ ‘সন্দেহজনক’ স্কাইপ আইডি আৰু ৫৯ হাজাৰ হোৱাটছএপ একাউণ্ট ব্লক কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ জনসাধাৰণৰ মাজত ‘ডিজিটেল এৰেষ্ট’ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এক কাৰ্যসূচীৰো পৰিকল্পনা কৰা হৈছে।

বুধবাৰে লিখিত প্ৰশ্নৰ উত্তৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে ডিজিটেল এৰেষ্ট ৰোধৰ বাবে কেন্দ্ৰই অভিযান চলাব। বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ উপৰিও দিল্লী মেট্ৰ’ত ঘোষণাৰ দৰে বিভিন্ন পৰিকল্পনা কৰা হৈছে।

Apply Now

উল্লেখ্য যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে চলিত মাহতে ডিজিটেল এৰেষ্টৰ সন্দৰ্ভত এক বিস্ফোৰক প্ৰতিবেদন প্ৰকাশ কৰে। এই প্ৰৱঞ্চনাৰ বলি হৈ যোৱা ১০ মাহত সাধাৰণ লোকে ২১৪০ কোটি টকা হেৰুৱাইছে বুলি দাবী কৰা হৈছে।

এই ডিজিটেল জালিয়াতি ভাৰতত থাইলেণ্ড, হংকং, লাওছৰ দৰে কেইবাখনো দেশৰ পৰা চলি আছে। আৰু এই প্ৰৱঞ্চনামূলক ধন দেশৰ লগতে বহিঃৰাষ্ট্ৰৰ বেংকতো জমা হৈ আছে। এই গোচৰৰ তদন্তত ইডিয়ে প্ৰায় ১৫৯ কোটি টকা উদ্ধাৰ কৰিছে। এই সকলোবোৰ ডিজিটেল এৰেষ্টৰ জৰিয়তে উলিয়াই নিয়া হৈছিল। গ্ৰেপ্তাৰ কৰা প্ৰক্ৰিয়াও আৰম্ভ হৈছে। এই ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰ তৎ পৰ হৈ পৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অক্টোবৰৰ অন্তিম দেওবাৰে ১১৫ সংখ্যক ‘মন কি বাত’ ৰেডিঅ’ অনুষ্ঠানতো ইয়াকে লৈ উদ্বেগ প্ৰকাশ কৰিছিল। ডিজিটেল এৰেষ্টৰ জৰিয়তে মানুহৰ কষ্টোপাৰ্জিত ধন যি ধৰণে লৈ যোৱা হৈছে সেয়া বিপজ্জনক বুলিও তেওঁ কৈছিল।

তেওঁৰ ভাষাত “প্ৰৱঞ্চনাকাৰীসকলে ফোনত এনে এক পৰিবেশ সৃষ্টি কৰিছে যে মানুহ ভয় খাইছে। কোৱা হৈছে, তৎক্ষণাত এইটো কৰক, নহ’লে গ্ৰেপ্তাৰ কৰা হ’ব। আচলতে গোটেইটো এক প্ৰৱঞ্চনা।” এনে ঘটনাৰ প্ৰতি অযথা ভয় নকৰাকৈ শীতল মস্তিষ্কৰে ফোন কল ৰেকৰ্ড কৰিবলৈ পৰামৰ্শ দিয়ে মোদীয়ে।

তেওঁ কয়, কোনো চৰকাৰী তদন্তকাৰী সংস্থাই অনলাইনত কাকো সকীয়নি বা ভাবুকি নিদিয়ে। লগতে কোৱা হৈছে যে এনে ফোন আহিলে নেশ্যনেল চাইবাৰ হেল্পলাইনত ফোন কৰিব লাগে। ইয়াৰ পিছতে এই প্ৰৱঞ্চনা ৰোধৰ বাবে গৃহ মন্ত্ৰালয়ৰ দ্বাৰা এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

August 8, 2026 7:50 am
ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

August 8, 2026 7:50 am
ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd