DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাডাখত চীনা সৈন্য সন্দৰ্ভত কি কৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2020 12:01 am
Rajnath-Singh-1140x570

ৰাজনাথ সিং

657
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাডাখত চীনা সৈন্যৰ উপস্থিতিক লৈ মঙলবাৰে কৰা এক মন্তব্যৰ আধাৰত পৰিৱেশিত এক বাতৰিক পি আই বিয়ে ভুৱা বুলি অভিহিত কৰিছে।

বাতৰিটোত কোৱা হৈছিল যে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে চীনা সৈন্যই লাইন অৱ এক্সুৱেল কণ্ট্ৰ’লৰ ভাৰতীয় ফাল চীনা সৈন্যই পাৰ হোৱা বুলি কৈছে।

কিন্তু পি আই বিয়ে স্পষ্ট কৰি দিয়ে যে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে এল এ চিক লৈ থকা ভিন্ন বোধ আৰু চীনা সৈন্যৰ উপস্থিতিৰ কথাহে কৈছিল।

পি আই বিয়ে লগতে কয় যে কথাটোক এনে ভুলধৰণে ব্যাখ্যা কৰা হৈছে যেন চীনা সৈন্যই এল এ চিৰ ভাৰতীয় ফালে প্ৰৱেশ কৰিছিল।

Claim: Raksha Mantri @rajnathsingh admitted on @CNNnews18 that Chinese soldiers crossed Indian side of LAC

Fact: The Minister was referring to differing perceptions of LAC & presence of Chinese troops It is being misinterpreted as if Chinese troops entered Indian side of LAC pic.twitter.com/Xews6Ba1bq

— PIB Fact Check (@PIBFactCheck) June 2, 2020

এটা টিভি চেনেলত প্ৰতিৰক্ষা মন্ত্ৰীৰ সাক্ষাৎকাৰক লৈ এই ভুল ব্যাখ্যাৰ সৃষ্টি হৈছিল।

সিঙে সাক্ষাৎকাৰটোত লগতে কৈছিল, “ভাৰতে কোনো দেশৰে গৌৰৱত আঘাত নকৰে আৰু একে সময়তে ইয়াৰ গৌৰৱক আঘাত কৰিব পৰা কোনো প্ৰচেষ্টাকো সহ্য নকৰে।”

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd