• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ; ভাৰতে বাতিল কৰিলে সিন্ধু জল চুক্তি, পাকিস্তানলৈ পঞ্চবাণ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 24, 2025 6:59 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানক স্পষ্ট বাৰ্তা দিলে ভাৰতে। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকৰ অন্তত নতুন দিল্লীয়ে ঘোষণা কৰে যে সিন্ধু জল চুক্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হৈছে।

পাকিস্তানে সন্ত্ৰাসবাদ ৰোধ নকৰালৈকে এই চুক্তি স্থগিত ৰখাৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে ভাৰত চৰকাৰে। ইয়াৰ লগতে আন একাধিক কঠোৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।

Apply Now

অৱশ্যে ২০১৬ চনত উৰি আক্ৰমণৰ পিছত কৰা চাৰ্জেকেল ষ্ট্ৰাইক আৰু ২০১৯ চনত পুলৱামা আক্ৰমণৰ পিছত কৰা এয়াৰ ষ্ট্ৰাইকৰ দৰে এইবাৰ কোনো সামৰিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব নে নাই সেয়া জনা নাযায়।

পাকিস্তানৰ বিৰুদ্ধে কি পদক্ষেপ লোৱা হৈছে?

১) ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, “১৯৬০ চনৰ সিন্ধু জল চুক্তি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে। যেতিয়ালৈকে পাকিস্তানে বিশ্বাসযোগ্যভাৱে আৰু সম্পূৰ্ণৰূপে আন্তঃসীমান্ত সন্ত্ৰাসবাদ বন্ধ নকৰে তেতিয়ালৈ সিন্ধু জল চুক্তি বাতিল হৈ থাকিব।”

২) ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে কয়, “আট্টাৰী সংহত চেকপোষ্ট তৎক্ষণাত বন্ধ কৰি দিয়া হৈছে। বৈধ নথি-পত্ৰ লৈ সীমান্ত অতিক্ৰম কৰাসকলে ১ মে’লৈকে সেই পথেৰে উভতি যাব পাৰিব।”

৩) বৈদেশিক সচিব মিশ্ৰীয়ে কয়, “ছাৰ্ক ভিছা আঁচনিৰ অধীনত পাকিস্তানীসকল ভাৰতলৈ আহিব নোৱাৰিব। যদি পূৰ্বতে ছাৰ্ক ভিছা আঁচনিৰ অধীনত কোনো পাকিস্তানী নাগৰিকক ভিছা প্ৰদান কৰা হৈছে তেন্তে সেয়া বাতিল কৰা বুলি গণ্য কৰা হ’ব। যদি বৰ্তমান কোনো পাকিস্তানী সেই ভিছাৰ অধীনত ভাৰতত আছে তেন্তে তেওঁ ৪৮ ঘণ্টাৰ ভিতৰত দেশ এৰিব লাগিব।”

৪) ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে জনায় যে নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তত প্ৰতিৰক্ষা, সেনা, নৌসেনা আৰু বায়ুসেনাৰ যিকোনো উপদেষ্টাক অবাঞ্চিত বুলি গণ্য কৰা হ’ব। এসপ্তাহৰ ভিতৰত ভাৰত এৰি যাব লাগিব। একেদৰে ইছলামবাদৰ ভাৰতীয় উচ্চায়ুক্তত সেই পদত অধিষ্ঠিত উপদেষ্টাসকলকো ঘূৰাই অনা হৈছে। এনে সামৰিক উপদেষ্টাৰ সকলো পদ বাতিল কৰা হৈছে।

৫) ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে লগতে কয় যে দুয়োখন দেশৰ উচ্চায়ুক্তৰ পৰা এনে পাঁচজন ‘সেৱা উপদেষ্টা’ (সামৰিক উপদেষ্টা) প্ৰত্যাহাৰ কৰিব লাগিব। উচ্চায়ুক্তৰ কৰ্মচাৰীৰ সংখ্যা পৰ্যায়ক্ৰমে এতিয়াৰ ৫৫ৰ পৰা ৩০লৈ হ্ৰাস কৰা হ’ব। এয়া ১ মে’ৰ পৰা কাৰ্যকৰী হ’ব।

কেন্দ্ৰীয় চৰকাৰে এই সন্ত্ৰাসবাদী আক্ৰমণত ২৫ জন ভাৰতীয় আৰু এজন নেপালী নাগৰিক নিহত হোৱাৰ কথা ঘোষণা কৰিছে। জম্মু-কাশ্মীৰৰ শান্তিপূৰ্ণ বিধানসভা নিৰ্বাচন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত যি উন্নয়ন চলি আছে তাৰ বাবেই এই আক্ৰমণ সংঘটিত হৈছে। এই আক্ৰমণৰ লগত জড়িত সকলোকে শাস্তি প্ৰদান কৰা হ’ব।

ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে লগতে সোঁৱৰাই দিয়ে যে শেহতীয়াকৈ ২৬/১১ মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড পাকিস্তানী মূলৰ সন্ত্ৰাসবাদী তাহাউৰ ৰানাক আমেৰিকাৰ পৰা ঘূৰাই অনা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd