• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ, নিৰ্বাচনত প্ৰতিপন্ন কৰিলে ভোটাৰে : অমৰ্ত্য সেন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 28, 2024 1:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ত পৰিল অষ্টাদশ লোকসভা নিৰ্বাচনৰ। এন ডি এ মিত্ৰজোঁটে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিলে।

লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনে সমালোচনা কৰিছে বিজেপি চৰকাৰক। তেওঁ কয় যে ভাৰত হিন্দু ৰাষ্ট্ৰ নহয়, ভাৰতীয় ভোটাৰৰ মতামত এই নিৰ্বাচনত প্ৰতিফলিত হৈছে। তদুপৰি কংগ্ৰেছকো সমালোচনা কৰে অৰ্থনীতিবিদগৰাকীয়ে।

বুধবাৰে সন্ধিয়া ডুমডুম বিমানবন্দৰত উপস্থিত হয় অমৰ্ত্য সেন। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত তেওঁ সাংবাদিকৰ সন্মুখত কয়, “ভাৰত হিন্দু ৰাষ্ট্ৰ নহয়, ভাৰতীয় ভোটাৰৰ মতামত এই নিৰ্বাচনত প্ৰতিফলিত হৈছে।

ইয়াৰ পিছত ৰাম মন্দিৰৰ কথা উল্লেখ কৰি তেওঁ কয় – “তেওঁলোকে বহুত খৰচ কৰি এটা ডাঙৰ মন্দিৰ সাজিছে। ইয়াৰ দুটা ফাল আছে। এটা হ’ল ভাৰতবৰ্ষক হিন্দু ধৰ্মৰ দৃষ্টিকোণৰ পৰা চোৱা। মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ, সুভাষ চন্দ্ৰ বসুৰ দেশত এনে হোৱাৰ কথা নহয়।”

ইয়াৰ পিছত নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদগৰাকীয়ে দেশত ধনী আৰু দুখীয়াৰ মাজত বৃদ্ধি পোৱা বৈষম্য সন্দৰ্ভত কয়, “ধনীৰ ওপৰত নিৰ্ভৰশীলতা অধিক, দুখীয়াক অৱহেলা কৰাৰ প্ৰথা এইখন চৰকাৰত দীৰ্ঘদিন ধৰি চলি আহিছে। যি কেবিনেট গঠন হৈছে সেয়া পূৰ্বৰ কেবিনেটৰ দৰেই। মন্ত্ৰীসকল সকলো একে। অলপ সালসলনি কৰিলেও ৰাজনৈতিকভাৱে শক্তিশালীসকল এতিয়াও শক্তিশালী।”

দেশৰ অর্থনীতি সন্দর্ভত নিজৰ মতামত প্রদান কৰাৰ সময়তে তেওঁ কয়, “দেশত নিবনুৱা সমস্যা বৃদ্ধি পাইছে৷  শিক্ষা, স্বাস্থ্য অৱহেলিত। প্ৰাথমিক শিক্ষা আৰু স্বাস্থ্যৰ প্ৰতি অৱহেলা নিবনুৱা সমস্যা বৃদ্ধিৰ লগত জড়িত। কংগ্ৰেছ আৰু বাওঁপন্থীক লৈ আপত্তি উত্থাপন কৰিব পাৰো। কিন্তু বৰ্তমান চৰকাৰৰ দিনত মই তাতকৈ বেছি কষ্ট পাইছো। আমি এই পৰিস্থিতি সলনি কৰিব লাগিব।”

তেওঁ কয়,  কিন্তু এইবাৰ নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নাপালে। বিৰোধী দল বহুত শক্তিশালী হৈ পৰিছে।”

নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকীৰ মতে, “আমি আশা কৰিছো যে নিৰ্বাচনে কিছু পৰিৱৰ্তন আনিব। বিশেষকৈ যিহেতু ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। আমাৰ সংবিধানো ধৰ্মনিৰপেক্ষ। মই ভাবো ইয়াক হিন্দুত্বকৰণ কৰাতো উচিত নহয়।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

September 7, 2025 7:51 pm
কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm
বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

September 7, 2025 6:30 pm
সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

September 7, 2025 7:51 pm
কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd