• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফৰাচী মহিলা সাংবাদিকলৈ জাননী জাৰি কৰিছে ভাৰত চৰকাৰে; ঘটনাটো কি?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 29, 2024 9:11 am
ফ্ৰান্সৰ মহিলা সাংবাদিক ভেনেছা ডগনেক। ফটোঃ সংগ্ৰহীত।

ফ্ৰান্সৰ মহিলা সাংবাদিক ভেনেছা ডগনেক। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ফ্ৰান্সৰ মহিলা সাংবাদিক ভেনেছা ডগনেকলৈ জাননী জাৰি কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ নতুন দিল্লী ভ্ৰমণৰ পূৰ্বে এই জাননী জাৰি কৰা হৈছে। মেক্ৰনৰ এই ভ্ৰমণৰ সময়তো বিষয়টোৰ তীব্ৰ চৰ্চা হয়। ভাৰতে শুকুৰবাৰে স্পষ্ট কৰি দিছে যে ভিছা নিয়ম ভংগৰ বাবে এই জাননী জাৰি কৰা হৈছে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত কাম কৰা বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ে ভেনেছাক এক জাননী জাৰি কৰিছে। ভাৰতে ফ্ৰান্সক জনাইছে যে দিল্লীস্থিত ফৰাচী সাংবাদিকগৰাকীক ভিছাৰ নীতি-নিয়ম উলংঘা কৰাৰ বাবে এই জাননী জাৰি কৰা হৈছে। তেওঁৰ সাংবাদিকতাৰ নীতিৰ বাবে নহয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সাংবাদিকগৰাকীয়ে ভাৰত চৰকাৰৰ স্থিতিৰ বিৰুদ্ধে বাতৰি দিয়াৰ বাবেই এই জাননী জাৰি কৰা হৈছে বুলি দাবী কৰিছিল। মেক্ৰনৰ ভ্ৰমণৰ সময়ত ফ্ৰান্সৰ প্ৰতিনিধি দলৰ সন্মুখত এই বিষয়ত ভাৰতে নিজৰ স্থিতি দাঙি ধৰে। ভিছাৰ নিয়ম উলংঘা কৰাৰ অভিযোগত ভেনেছাক জাননী জাৰি কৰা হৈছিল আৰু ২ ফেব্ৰুৱাৰীৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে।

Apply Now

লগতে পঢ়কঃ ভংগ হ’ল ঋষভ পন্থৰ বিশ্ব অভিলেখ; বিশ্বকাপত ১৩ বলতে অৰ্দ্ধশতক কৰা কোন এই বেটছমেন?

আনহাতে, বৈদেশিক পৰিক্ৰমা সচিব বিনয় মোহন কোৱাট্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা বাৰ্তালাপৰ বিষয়ে সাংবাদিকক অৱগত কৰে। তেওঁ কয় যে মেক্ৰনৰ ভ্ৰমণৰ পূৰ্বে আৰু ভ্ৰমণৰ সময়ত ফ্ৰান্সৰ পক্ষই এই বিষয়টো আমাৰ দৃষ্টিগোচৰ কৰিছিল। তেওঁ এই বিষয়টোক নিয়মভিত্তিক দৃষ্টিকোণৰ পৰা লোৱাৰ বাবে ফ্ৰান্সক প্ৰশংসা কৰে।

কোৱাট্ৰাই কয় যে যিকোনো ব্যক্তিয়ে যি কৰিবলৈ অনুমতি পাইছে সেয়া কৰিবলৈ স্বাধীন। কিন্তু, ইয়াত বিষয়টো হ’ল ব্যক্তিজনে যিখন দেশত বাস কৰি আছে সেইখন দেশৰ নিয়ম মানি চলিছে নে নাই।

ইপিনে, ভাৰতত কৰ্মৰত ত্ৰিশজন বিদেশী সংবাদদাতাই গভীৰ উদ্বেগ প্ৰকাশ কৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়লৈ এখন স্বাক্ষৰিত পত্ৰ প্ৰেৰণ কৰিছে। তেওঁলোকে কয় যে ভেনেছা ডগনেকে যিকোনো ভুল বুজাবুজি দূৰ কৰিবলৈ সকলো সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিছে। পত্ৰখনত বিদেশী সাংবাদিকসকলে তেওঁলোকৰ গোচৰসমূহ শীঘ্ৰে সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ হায়দৰাবাদত দৰ্পচূৰ্ণ ৰোহিত বাহিনীৰঃ হাৰ্টলীৰ স্পিন ঘূৰ্ণীয়ে ইংলেণ্ডক দিলে আকাংক্ষিত জয়

চিঠিখনত তেওঁলোকে কয় যে ইয়াৰ প্ৰভাৱ কেৱল ভেনেছাৰ জীৱিকাতেই নহয়, তেওঁৰ পাৰিবাৰিক জীৱনতো পৰিব। তেওঁলোকে কয় যে আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছো যে দেশৰ গণতান্ত্ৰিক পৰম্পৰা অনুসৰি এখন স্বাধীন সংবাদপত্ৰৰ কাম-কাজত সুবিধা প্ৰদান কৰক।

পত্ৰখনত স্বাক্ষৰ কৰাসকলৰ ভিতৰত আছে দ্য নিউয়ৰ্ক টাইমছ, লে মণ্ডে, দ্য ৱাশ্বিংটন পোষ্ট, ফ্ৰান্স ২৪, দ্য ইকনমিষ্ট, দ্য গাৰ্ডিয়ান আৰু ফ্ৰান্স টেলিভিছনৰ সাংবাদিক। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd