• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

COVID-19:ভাৰতে হেৰুৱালে ইয়াৰ প্ৰথমজন আগশাৰীৰ যোদ্ধা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2020 4:22 pm
COVID-19: 14 from BSF released from hospital on Wednesday

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ইন্দোৰত মাৰাত্মক কৰ’নাভাইৰাছত এগৰাকী চিকিৎসকে শেষ নিশ্বাস ত্যাগ কৰাৰ লগে লগে ভাৰতে ইয়াৰ প্ৰথমজন COVID-19ৰ বিৰুদ্ধে যুঁজত প্ৰথমশাৰীৰ স্বাস্থ্যকৰ্মীক হেৰুৱালে।

বাতৰি অনুসৰি, এগৰাকী জেনেৰেল ফিজিচিয়ান ৬২ বছৰীয়া চিকিৎসকগৰাকীৰ দেহত কেইদিনমান পূৰ্বে  COVID-19 পজিটিভ ধৰা পৰিছিল।

Apply Now

তেওঁক প্ৰথমতে গোকুলদাস হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল যদিও পাছত ইন্দোৰৰ চি এইচ এল এপলো হাস্পাতললৈ স্থানান্তৰ কৰা হৈছিল।

ইয়াৰ পাছত চিকিৎসকগৰাকীক অৰবিন্দ হাস্পাতললৈ প্ৰেৰণ কৰা হয় আৰু তাতেই বৃহস্পতিবাৰে পুৱা ৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁ সাধাৰণতে নিম্ন আয়ৰ লোকসকলৰ চিকিৎসা সেৱাত ব্ৰতী আছিল আৰু যদি ৰোগীজনে অসমৰ্থ হয় তেওঁৰ পৰা কোনো চিকিৎসা মাছুল লোৱা নাছিল।

বৰ্তমান ইন্দোৰত কৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩জনলৈ বৃদ্ধি পালে।

আনহাতে, চহৰখনত কৰ’না ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা মুঠ ২১৩ জনলৈ বৃদ্ধি পাইছে।

ইয়াৰ মাজতে বৃহস্পতিবাৰে ভাৰতত কৰ’না ভাইৰাছৰ ৫৭৩৪টা আক্ৰান্তৰ ঘটনা নিশ্চিত কৰা হৈছে যাৰ ভিতৰত ১৬৬জন লোকৰ মৃত্যু হৈছে আৰু ৪৭২ জন ৰোগীক সুস্থ হোৱাৰ পাছত যাবলৈ দিয়া হৈছে।

সংক্ৰমণৰ ঘটনা ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে আৰু ৰাজ্য চৰকাৰসমূহে এলানি ব্যৱস্থা গ্ৰহণ কৰিছে।

ভাৰত চৰকাৰে COVID-19ৰ মহামাৰীটোক কাৰ্যকৰীভাৱে মোকাবিলা কৰিবলৈ প্ৰথমশাৰীৰ কৰ্মীসকলৰ সক্ষমতা গঢ়াৰ বাবে DIKSHAৰ অধীনত এক প্ৰশিক্ষণ ব্যৱস্থাপনা ‘ইন্টিগ্ৰেডেড গভট্  অনলাইন ট্ৰেইনিং’ নামৰ পৰ্টেল মুকলি কৰিছে।

ইয়াত চিকিৎসক,নাৰ্ছ, পেৰামেডিকেল, টেকনিচিয়ান, এ এন এম, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, অসামৰিক প্ৰতিৰক্ষা বিষয়া, এন চি চি, এন এছ এছ, ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটি আৰু স্বেচ্ছাসেৱকক সন্নিৱিষ্ট কৰা হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd