• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডুবাইত যুদ্ধবিমান ধ্বংস, সপোনৰ অন্ত পৰিল পাইলট নমাংশৰ; ভাৰতে হেৰুৱালে এগৰাকী বীৰ সন্তানক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2025 10:02 am
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডুবাই এয়াৰ শ্ব’ৰ সময়ত তেজছ যুদ্ধবিমানৰ ভয়ংকৰ দুৰ্ঘটনাত ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ নমাংশ ছায়ালৰ মৃত্যু হয়। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে তেওঁৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে।

উইং কমাণ্ডাৰ নমাংশ ছায়াল হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ এজন বীৰ সন্তান আছিল। মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে শোক প্ৰকাশ কৰি কয়, “তেওঁৰ মৃত্যু অতি দুখজনক আৰু হৃদয়বিদাৰক। দেশে এজন বীৰ, কৰ্তব্যপৰায়ণ আৰু সাহসী পাইলট হেৰুৱাইছে। শোকসন্তপ্ত পৰিয়াললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।”

Apply Now

নমাংশ ছায়ালৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ কিছু সময়ৰ পাছতেই ডুবাই এয়াৰ শ্ব’ৰ সময়ৰ তেওঁৰ ভিডিঅ’ ভাইৰেল হৈ পৰে, য’ত তেওঁক ভাৰতীয় প্ৰতিনিধিৰ সৈতে হাঁহি হাঁহি ফটো তোলা দেখা যায়। আৰু সেই এয়াৰ শ্ব’ৰ শেষৰ দিনটোত সকলো শেষ হৈ গ’ল।

লাইট কম্বেট এয়াৰক্ৰাফ্ট (এল চি এ) তেজছ ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু গৌৰৱৰ বিষয়। ই ৪.৫ প্ৰজন্মৰ মাল্টিৰোল যুঁজাৰু বিমান, যাক বিশেষজ্ঞসকলে ইয়াৰ শ্ৰেণীৰ আটাইতকৈ সৰু আৰু লঘু বিমান বুলি গণ্য কৰে।

তেজছে (এটা ইঞ্জিন আৰু এজন পাইলটৰ সৈতে) সৰ্বোচ্চ ৪,০০০ কিলোগ্ৰাম অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াব পাৰে আৰু ইয়াৰ সৰ্বোচ্চ টেক অফ ওজন ১৩,৩০০ কিলোগ্ৰাম হ’ব পাৰে। ১৯৮৩-৮৪ চনত এই থলুৱা যুদ্ধ বিমানখন নিৰ্মাণৰ সপোন আৰম্ভ হৈছিল আৰু ২০০৩ চনত আনুষ্ঠানিকভাৱে ইয়াৰ নাম ‘তেজছ’ ৰখা হৈছিল। যদিও ১৯৯৮ চনত পাৰমাণৱিক পৰীক্ষাৰ পিছত আমেৰিকা আঁতৰি গ’লেও ভাৰতে অকলেই এই বিমানখন নিৰ্মাণ কৰি দেশৰ গৌৰৱৰ বিষয় কৰি তুলিছিল।

বৰ্তমান তেজছৰ তিনিটা ভেৰিয়েন্ট আছে—মাৰ্ক ১, মাৰ্ক ১এ আৰু মাৰ্ক ২। ২০১৬ চনত ইয়াক প্ৰথমবাৰৰ বাবে ভাৰতীয় বায়ুসেনাৰ ৪৫ নং স্কোয়াড্ৰন (ফ্লাইং ড্ৰেগাৰ্ছ)ত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু বৰ্তমান ইয়াক বায়ুসেনাৰ দুটা স্কোয়াড্ৰনে ব্যৱহাৰ কৰি আছে। চলিত বৰ্ষৰ আগষ্ট মাহতে ভাৰত চৰকাৰেও ৯৭খন তেজছ মাৰ্ক ১এ যুদ্ধ বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd