• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সীমান্তত হ্ৰাস পাইছে উত্তেজনা! ১২ দিনৰ অন্তত অনুষ্ঠিত হ’ল আটাৰী-ৱাগাহত বিটিং ৰিট্ৰিট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2025 7:51 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter


ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা হোৱাৰ পিছতে সীমান্তত লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহিছে। উত্তেজনা হ্ৰাস পোৱাৰ স্পষ্ট ইংগিত পোৱা গৈছে। ১২ দিনৰ অন্তত পৰম্পৰাগত প্ৰচলন অনুসৰি আটাৰী-ৱাগাহ সীমান্তত পুনৰ আয়োজন কৰা হ’ল বিটিং ৰিট্ৰিট অনুষ্ঠান। অপাৰেচন সিন্দূৰৰ আৰম্ভণিতে ভাৰতীয় সেনাই পাকিস্তান তথা পাকঅধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী শিবিৰসমূহ ধ্বংস কৰা অভিযানৰ পিছত এই অনুষ্ঠান সাময়িকভাৱে বন্ধ কৰা হৈছিল।

যদিও ১২ দিন পাছত পুনৰ বিটিং ৰিট্ৰিট অনুষ্ঠিত হ’ল, পূৰ্ণ ৰূপে মুকলি কৰা নহ’ল এই অনুষ্ঠান, তাত কিছু নিষেধাজ্ঞা আৰোপ কৰা বুলি জানিব পৰা গৈছে। কেৱল চৰকাৰী বিষয়া, সংবাদমাধ্যম আৰু বিশেষ অনুমতি থকা দৰ্শকসকলহে উপস্থিত থাকিবলৈ অনুমতি লাভ কৰিছিল।

Apply Now

আন দিনত প্ৰথাৰ দৰে বিএছএফ আৰু পাক ৰেঞ্জাৰছৰ মাজত হাত মিলোৱা (হেণ্ডচেক) প্ৰথা আছিল, তাক বৰ্তমান বন্ধ কৰি দিয়া হৈছে। কোনো ধৰণৰ সৌজন্যমূলক কথা-বতৰা হোৱা নাছিল বুলি জানিবি পৰা গৈছে। একে সময়তে আটাৰী-ৱাগাহ সীমান্তও বন্ধ হৈ পৰিছিল। যদিও বুধবাৰৰ পৰা সামান্য পৰিৱর্তনৰ সৈতে পুনৰ বিটিং ৰিট্ৰিট অনুষ্ঠান মুকলি কৰা হ’ব আৰু জনসাধাৰণলৈও দৰ্শনৰ অনুমতি প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে, ১৯৫১ চনৰ পৰা নিয়মীয়াকৈ ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু পাকিস্তান ৰেঞ্জাৰছৰ মাজত বিটিং ৰিট্ৰিট অনুষ্ঠিত হৈ আহিছে। এই অনুষ্ঠান কেৱল যুদ্ধ পৰিস্থিতিত বা বিশেষ সংকটৰ সময়তেই বন্ধ কৰা হয়। ক’ভিড-১৯ মহামাৰীৰ সময়তো এই অনুষ্ঠান সাময়িকভাৱে বন্ধ কৰা হৈছিল।

সূত্ৰ অনুসৰি অপাৰেচন সিন্দূৰৰ পিছত এই অনুষ্ঠানৰ পুনৰ আৰম্ভ হোৱাটো সীমান্ত অঞ্চলত স্থিতিশীল অৱস্থা ঘূৰি আহিছে বুলি ধৰিব পৰা যায়।বৰ্তমান ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি বলবৎ হৈ আছে। ১০ মে’ তাৰিখে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে এই যুদ্ধবিৰতিৰ ঘোষণা কৰিছিল। তেতিয়া দুয়োখন দেশৰ ডিজিএমঅ’ (DGMO) স্তৰত হটলাইনযোগে কথা পাতিছিল। তাৰ পাছতে ১২ মে’ তাৰিখেও পুনৰ আলোচনা সম্পন্ন হয়। সেনাৰ মতে, এই যুদ্ধবিৰতিত কোনো সময়সীমা নিৰ্ধাৰিত হোৱা নাই। নতুন কোনো উত্তেজনাৰ সৃষ্টি নোহোৱালৈকে যুদ্ধবিৰতি অব্যাহত থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd