• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমাচলৰ ৮ বছৰীয়া শিশুৰ বাবে দিল্লীৰ পৰা প্ৰয়োজনীয় কৰ্কট ৰোগৰ ঔষধৰ যোগান ধৰিলে ভাৰতীয় ডাক বিভাগে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2020 7:55 pm
6.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ডাক বিভাগে হিমাচল প্ৰদেশৰ উনাৰ এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত ৮ বছৰীয়া শিশুৰ বাবে ল’কডাউনৰ সময়ত প্ৰয়োজনীয় ঔষধৰ যোগান ধৰে।

ল’কডাউনৰ সময়ত উনাৰ কৰ্কট ৰোগত আক্ৰান্ত শিশু গৰাকীৰ পৰিয়ালৰ বাবে প্ৰয়োজনীয় ঔষধ সংগ্ৰহ কৰাটো কঠিন হৈ পৰিছিল যদিও ভাৰতীয় ডাক বিভাগে দিল্লীৰ পৰা পৰিয়ালটোৰ বাবে প্ৰয়োজনীয় ঔষধৰ যোগান ধৰে।

হিমাচল প্ৰদেশৰ চালিনি নামৰ ৮ বছৰীয়া শিশু গৰাকীৰ পৰিয়ালৰ লোকে দিল্লীত থকা এগৰাকী বন্ধুলৈ প্ৰয়োজনীয় ঔষধ দিল্লীৰ পৰা পঠিয়াবৰ বাবে অনুৰোধ কৰে।

পৰিয়ালটোৰ অনুৰোধ ৰক্ষা কৰি দিল্লীৰ বন্ধু গৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ সহায় বিচাৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে হিমাচল প্ৰদেশৰ পৰিয়ালটোৱে ১৯ এপ্ৰিলৰ পূৰ্বে লাভ কৰাকৈ ঔষধৰ যোগান ধৰে।

এইক্ষেত্ৰত ৰবিশংকৰ প্ৰসাদে ভাৰতীয় ডাক বিভাগক ঔষধখিনি চালিনিৰ ঘৰলৈ পঠিওৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে কয়।

মন্ত্ৰী গৰাকীৰ আহ্বানৰ পাছতে ভাৰতীয় ডাক বিভাগৰ পঞ্জাৱ, হাৰিয়ানা, দিল্লী আৰু হিমাচল প্ৰদেশ চাৰ্কোলে ঔষধখিনি পৰিয়ালটোৰ হাতত অৰ্পন কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লয়।

আনহাতে, হিমাচল প্ৰদেশৰ পৰিয়ালটোৱে ঔষধখিনি লাভ কৰাৰ পাছতে কেন্দ্ৰ চৰকাৰ আৰু ভাৰতীয় ডাক বিভাগক ধন্যবাদ জ্ঞাপন কৰে।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd