• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত যোৱা ২৪ ঘণ্টাত ক’ৰ’নাই প্ৰাণ কাঢ়ি নিলে ৫২৪ গৰাকী লোকৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 26, 2020 11:48 am

1 min read

দেশত যোৱা ২৪ ঘণ্টাত ক’ৰ’নাই প্ৰাণ কাঢ়ি নিলে ৫২৪ গৰাকী লোকৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

13.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত বৃহস্পতিবাৰে ৪৪,৪৮৯ গৰাকী লোক নতুনকৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি খবৰ পোৱাৰ পিছত দেশত মুঠ ঘটনা ৯২,৬৬,৭০৬ লৈ বৃদ্ধি পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, বৰ্তমান সমগ্ৰ দেশত ৪,৫২,৩৪৪ গৰাকী সক্ৰিয় ৰোগী আছে। আনহাতে ৮৬,৭৯,১৩৮ জন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে।

ইফালে বুধবাৰৰ দিনটোত ৫২৪ জন লোকৰ মৃত্যু হোৱাৰ ফলত মুঠ মৃতকৰ সংখ্যা ১,৩৫,২২৩ জনলৈ বৃদ্ধি পাইছে।

দেশত প্ৰতিদিনে নতুনকৈ সংক্ৰমিত ৰোগীৰ সংখ্যা ছেপ্টেম্বৰৰ মাজভাগৰ পৰা হ্ৰাস পাইছে।

সক্ৰিয় ক’ভিড-১৯ৰ সংখ্যাও এতিয়া ১০ লাখৰ তললৈ নামি আহিছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে অৰ্থাৎ আই চি এম আৰৰ মতে, ২৫ নৱেম্বৰলৈকে দেশত পৰীক্ষা কৰা মুঠ নমুনাৰ সংখ্যা হৈছে ১৩, ৫৯, ৩১৫৪৫।

ইয়াৰ ভিতৰত আছে বুধবাৰে ১০, ৯০২৩৮ টা নমুনা।

ইফালে বুধবাৰৰ দিনটোত হিমাচলত ৮৩৭, ঝাৰখণ্ডত ২৩৭, পশ্চিমবংগত ৩৫২৮ আৰু হাৰিয়াণাত ২১৯৭ গৰাকী লোক নতুনকৈ ক’ভিড পজিটিভ পোৱা বুলি জানিব পৰা গৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd