• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৫ জন বাংলাদেশীক ঘূৰাই পঠিয়ালে ভাৰতে! আৰু ৩৫ জনক প্ৰত্যাৱৰ্তনৰ বাবে প্ৰস্তুতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2025 9:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ পশ্চিম উপকূলীয় ৰাজ্য গুজৰাটৰ আহমেদাবাদ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে তাত গ্ৰেপ্তাৰ হোৱা ১৫ জন বাংলাদেশী প্ৰব্ৰজনকাৰীক ঘূৰাই পঠিয়াইছে। তদুপৰি অহা মাৰ্চ মাহৰ ভিতৰত আৰু কমেও ৩৫ জন বাংলাদেশীক ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। এই তথ্য বুধবাৰে প্ৰদান কৰে আহমেদাবাদ আৰক্ষীৰ সহকাৰী আয়ুক্ত ভাৰত পেটেলে।

আহমেদাবাদ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, যোৱা বছৰ আহমেদাবাদৰ চাডোলা হ্ৰদৰ সমীপৰ এটা অঞ্চলত আৰক্ষীৰ অপৰাধ শাখাই যৌথ অভিযান চলাইছিল। এই অভিযানত প্ৰায় ৫০ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হয়। তাৰ মাজতে এগৰাকী ছোৱালী কেঁচুৱাও আছিল।

Apply Now

ধৃত প্ৰব্ৰজনকাৰীসকলৰ পৰা ভুৱা আধাৰ কাৰ্ডকে ধৰি ভুৱা ভাৰতীয় নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে। পাছত আৰক্ষীৰ তদন্তত বাংলাদেশী মহিলা আৰু নাবালক ছোৱালীৰ জৰিয়তে আহমেদাবাদত দেহ ব্যৱসায়ৰ লগত জড়িত এটা চক্ৰ উন্মোচিত হয়।

এই চক্ৰৰ সদস্যসকলে বাংলাদেশৰ পৰা অহা মহিলা আৰু কণমানি ছোৱালীক সৰবৰাহ কৰি তাত জোৰকৈ বেশ্যা ব্যৱসায় চলাইছিল। পাছত আহমেদাবাদ আৰক্ষীয়ে উদ্ধাৰ কৰা লোকসকলক বাংলাদেশী নাগৰিকত্বৰ প্ৰমাণ লাভ কৰি উভতাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

দেশৰ সংবাদ সংস্থা এএনআইৰ এক প্ৰতিবেদন অনুসৰি যোৱা ১ ফেব্ৰুৱাৰীত বাংলাদেশৰ দূতাবাসৰ জৰিয়তে এগৰাকী নাবালক ছোৱালীকে ধৰি ১৫ জন বাংলাদেশী প্ৰব্ৰজনকাৰীক সফলতাৰে ঘূৰাই পঠোৱা হৈছিল। আশা কৰা হৈছে যে মাৰ্চ মাহৰ মাজভাগলৈ আৰু ৩৫ জন বাংলাদেশী ভাৰতৰ পৰা ঘূৰাই পঠিয়াব।

আহমেদাবাদ আৰক্ষীৰ সহকাৰী আয়ুক্ত ভাৰত পেটেলে কয় যে বেশ্যা ব্যৱসায়ৰ লগত জড়িত মহিলাসকলক এই কামত জোৰ-জবৰদস্তি কৰা হৈছিল। তাৰ পৰা পোৱা ধন ব্যৱসায় আৰু বাণিজ্যৰ বাবে বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল।

মানৱ সৰবৰাহৰ চক্ৰৰ নেটৱৰ্ক আৰু বাংলাদেশলৈ প্ৰেৰণ কৰা ধনৰ সন্দৰ্ভত বিতং তদন্ত চলাই আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইফালে দিল্লীৰ দ্বাৰকা জিলা আৰক্ষীয়ে ভাৰতত অবৈধভাৱে বসবাস কৰাৰ অভিযোগত ১৬ জন প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীৰ মতে ইয়াৰে কমেও পাঁচজন বাংলাদেশী নাগৰিক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd