DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

মানৱীয় সহায়: পাকিস্তানৰ মাজেৰে আফগানিস্তানলৈ তৃতীয় বাৰৰ বাবে ঘেঁহু প্ৰেৰণ ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2022 8:17 am
India sends wheat to Afghanistan
214
VIEWS
Share on FacebookShare on Twitter

তালিবানে আফগানিস্তান দখল কৰি লোৱাৰ পিছতে দেশখনৰ লাখ লাখ লোকে খাদ্যৰ সংকটত ভোগা বুলি বাতৰি প্ৰচাৰ হৈছিল। এই বাতৰিয়ে সমগ্ৰ বিশ্বত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল।

এনে সময়তে তালিবানৰ দখললৈ যোৱা আফগানিস্তানলৈ বিশ্বৰ বহু কেইখন দেশৰ লগতে ভাৰতেও মানৱীয় সাহায্য হিচাবে ঘেঁহু প্ৰেৰণ কৰিছিল।

ভাৰতে মঙলবাৰে খাদ্যৰ অভাৱত ভুগি থকা আফগান লোকসকলক মানৱীয় সাহায্যৰ অংশ হিচাপে পাকিস্তানৰ স্থল পথৰ জৰিয়তে ২,০০০ মেট্ৰিক টন ঘেঁহুৰ আফগানিস্তানলৈ প্ৰেৰণ কৰে।

এইদৰে তৃতীয় বাৰৰ বাবে পাকিস্তানৰ মাজেৰে দেশখনলৈ ভাৰতে ঘেঁহু প্ৰেৰণ কৰিলে। ইয়াৰ পূৰ্বে ২২ ফেব্ৰুৱাৰীত আফগানিস্তানলৈ ২,৫০০ মেট্ৰিক টন ঘেঁহু প্ৰেৰণ কৰিছিল আৰু ২৬ ফেব্ৰুৱাৰীত আফগান চহৰ জালালাবাদত উপস্থিত হৈছিল।

এই মাহৰ আৰম্ভণিতে ভাৰতে দ্বিতীয় বাৰৰ বাবে আফগানিস্তানলৈ ২,০০০ মেট্ৰিক টন ঘেঁহু প্ৰেৰণ কৰিছিল।

“আফগান জনসাধাৰণক সমৰ্থন কৰাৰ বাবে আমাৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে। আজি ২০০০ মেট্ৰিক টন ঘেঁহু কঢ়িয়াই নিয়া ভাৰতৰ মানৱীয় সহায়ৰ তৃতীয় কনভয় আফগানিস্তানৰ জালালাবাদলৈ ৰাওনা হৈছে।” ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইট যোগে কয়।

 

Our relentless effort to support Afghan people continues. Today, the third convoy of India’s humanitarian assistance carrying 2000 MT of wheat left for Jalalabad, Afghanistan.

This is a part of 🇮🇳’s commitment of 50000 MTs of wheat which will be distributed by @WFP_Afghanistan. pic.twitter.com/98yIsE4zBQ

— Arindam Bagchi (@MEAIndia) March 8, 2022

উল্লেখ্য যে ভাৰতে যোৱা বৰ্ষৰ ৭ অক্টোবৰত পাকিস্তানৰ মাজেৰে আফগানিস্তানলৈ ৫০,০০০ টন ঘেঁহু প্ৰেৰণ কৰাৰ বাবে পৰিবহন সুবিধা বিচাৰি পাকিস্তানলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

ইয়াৰ পিছতে ২৪ নৱেম্বৰত ভাৰতৰ এই প্ৰস্তাৱত ইছলামাবাদে ইতিবাচক সঁহাৰি জনাইছিল।

কিছুদিন পূৰ্বে তালিবানৰ এজন নেতাই ভাৰতে প্ৰেৰণ কৰা ঘেঁহুৰ মানৰ উচ্চ প্ৰশংসা কৰিছিল।

ভাইৰেল হোৱা এটা ভিডিঅ’ত তালিবান নেতাজনে কয়, “আফগান জনসাধাৰণক নিৰন্তৰ সমৰ্থন জনোৱাৰ বাবে ভাৰতক ধন্যবাদ। আমাৰ ভাৰতৰে অনুকূল সম্পৰ্ক চিৰদিন থাকিব।”

Recent News

গুণোৎসৱৰ বতৰ: ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ত এজন শিক্ষকে পাঠদান কৰিছে পাঁচটাকৈ শ্ৰেণীত

গুণোৎসৱৰ বতৰ: ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ত এজন শিক্ষকে পাঠদান কৰিছে পাঁচটাকৈ শ্ৰেণীত

Man-Elephant Conflict: ৰংজুলিত বন্যহস্তীৰ তাণ্ডৱ; ভাঙিলে কেইবাটাও বাসগৃহ, দৌৰি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ

Man-Elephant Conflict: ৰংজুলিত বন্যহস্তীৰ তাণ্ডৱ; ভাঙিলে কেইবাটাও বাসগৃহ, দৌৰি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd