• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৱেষ্ট ইণ্ডিজৰ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; কোন থাকিল দলত, বাদ পৰিল কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2025 4:12 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত অপেক্ষাৰ অন্ত পেলাই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়াৰ দল ঘোষণা কৰা হ’ল। বিগত কিছুদিন ধৰি দলৰ ঘোষণাক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। অৱশেষত ঘোষণা কৰা হ’ল দল।

অধিনায়কৰ দায়িত্ব দিয়া হৈছে শুভমন গিলক। আঘাতৰ বাবে ছিৰিজত নাই ঋষভ পন্ত। তেওঁৰ ঠাইত ধ্ৰুৱ জুৰেলক উইকেটকীপাৰ হিচাপে ৰখা হৈছে। বেকআপ কিপাৰ হিচাপে থাকিব এন জগদীশন। উপ অধিনায়ক ৰবীন্দ্ৰ জাডেজা। অৱশ্যে ইংলেণ্ডৰ শৃংখলাৰ পৰা এই শৃংখলাৰ বাবে দলটোত কেইবাটাও পৰিৱৰ্তন ঘটিছে।

Apply Now

কেৰিবিয়ান ছিৰিজৰ পৰা কৰুণ নাইৰ, অৰ্শদীপ সিং, শাৰদুল ঠাকুৰ, অভিমন্যু ইশ্বৰন, আকাশ দীপক বাদ দিয়া হয়। দললৈ আহিছিল দেৱদত্ত পড্ডিকল, অক্ষৰ পেটেল, এন জগদীশন। ১৫ জনীয়া এই দলটো দেখি বহুতে আচৰিত হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে ভাল খেলা আকাশ দীপক বাদ দিয়া হৈছে।

আনহাতে, কৰুণ নাইৰক বাদ দিয়া হৈছে। বহুদিনৰ মূৰত কৰুণে জাতীয় দলত সুযোগ পাইছিল। কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ উল্লেখযোগ্য একো কৰিব নোৱাৰিলে, সেয়েহে নিৰ্বাচকসকলে তেওঁক আৰু এটা সুযোগ নিদিলে।

যিহেতু মেচবোৰ ভাৰতত হ’ব, সেয়ে, ভাৰতে স্পিনৰ ওপৰত অধিক নিৰ্ভৰ কৰিছে। সেইবাবেই অক্ষৰ পেটেলক লোৱা হৈছে। ঘৰুৱা মাটিত তেওঁৰ অভিলেখ সদায় ভাল। সেই ক্ষেত্ৰত তিনিজন বাওঁহতীয়া স্পিনাৰ আৰু এজন সোঁহতীয়া স্পিনাৰ দলত থাকে। তিনিজন পেচাৰ ৰখা হৈছে।

ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে দুয়োটা দল

ভাৰতীয় দল

শুভমন গিল, যশস্বী জয়ছোৱাল, কে এল ৰাহুল, দেৱদত্ত পড্ডিকল, ছাই সুদৰ্শন, ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, কুলদীপ যাদৱ, এন জগদীশন।

ৱেষ্ট ইণ্ডিজ দল

ৰষ্টন চেজ, জোমেল ৱাৰিকান, কেভলন এণ্ডাৰছন, এলিক আথানঞ্জে, জন কেম্পবেল, ত্যাগনানাৰায়ণ চন্দ্ৰপল, জাষ্টিন গ্ৰীভছ, চাই হোপ, টেভিন ইমলাচ, আলঝাৰি জোচেফ, শ্বামাৰ জোচেফ, ব্ৰেডন কিং, এণ্ডাৰছন ফিলিপ, খাৰী পিয়েৰ, জেডন চিলছ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm
ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

July 1, 2026 8:26 pm
খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

July 1, 2026 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd