DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইটালিক চেৰাই সৰ্বাধিক ক’ভিড আক্ৰান্তৰ বিশ্বৰ ষষ্ঠ দেশত পৰিণত ভাৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2020 6:24 pm
India surpasses Italy, now sixth worst-hit nation by COVID-19

প্ৰতিনিধিত্বমূলক ফটো

6.6k
VIEWS
Share on FacebookShare on Twitter

ইটালিক চেৰ পেলাই ভাৰত ক’ভিড-১৯ত সৰ্বাধিক আক্ৰান্ত বিশ্বৰ ষষ্ঠখন দেশত পৰিণত হৈছে।

একেদিনাই ৯৮৮৭গৰাকী ক’ভিড ৰোগী চিনাক্তকৰণৰ ঘটনাৰ সৈতে দেশৰ মুঠ আক্ৰান্ত ২৩৬৬৫৭লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ শেহতীয়া তথ্য মতে এতিয়ালৈকে ৬৬৪২গৰাকীৰ মৃত্যু ঘটিছে।

দেশত বৰ্তমান ১১৫৯৪২গৰাকী সক্ৰিয় ক’ভিড ৰোগী থকাৰ বিপৰীতে ১১৪০৭২গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

তৃতীয় দিনৰ বাবে ভাৰতত ক’ভিড ৰোগী চিনাক্তৰ সংখ্যাই ৯০০০ৰ সীমা অতিক্ৰম কৰিছে।

তথাপি, এই সময়চোৱাত ৰাষ্ট্ৰীয় বৃদ্ধিৰ হাৰ আধা শতাংশত পইণ্টতকৈ অধিক হ্ৰাস পাইছে।

পৰ্য্যায়ক্ৰমে লকডাউন শিথিল কৰা সত্ত্বেও দেশত কৰ’নাভাইৰাছৰ সংক্ৰমণত গুৰুতৰ বৃদ্ধি পৰিলক্ষিত হোৱা নাই।

সংক্ৰমিত ব্যক্তিৰ পৰা সংক্ৰমিত ব্যক্তিৰ সংখ্যা বা সংক্ৰমণ হাৰ স্থিৰভাৱে কমি গৈ আছে।

বিশ্বজুৰি এই ৰোগত ৬৭০০০০০ লোক সংক্ৰমিত হৈছে। ৩৯৪৮৭৫গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ২৭৪৬১৯২গৰাকী লোক আৰোগ্য হৈছে।

Tags: COVID-19

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd