• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

বিশ্বৰ চাৰি নম্বৰ স্থানৰ হংকং চীনৰ যুটিক ৩-১ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে ভাৰতৰ হৈ পদক নিশ্চিত কৰিলে মানুষ শ্বাহ আৰু দিয়া চিতালেই

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2026 10:29 am
ফটো: সংগৃহীত

ফটো: সংগৃহীত

27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ইতিহাস ৰচনা কৰি ভাৰতৰ মানুষ শ্বাহ আৰু দিয়া চিতালেই টেবুল টেনিছৰ মিক্সড ডাবলছত এক পদক নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটিয়ে এক চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি বিশ্বৰ চতুৰ্থ স্থানপ্ৰাপ্ত হংকং চীনৰ ৱং চুন টিং আৰু ডু হোই কেমৰ যুটিক ১১-৬, ১৩-১৫, ১১-৯, ১১-৫ পইণ্টত অৰ্থাৎ ৩-১ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। ইয়াৰ পূৰ্বৰ খেলখনত ভাৰতীয় যুটিয়ে শ্ৰীলংকাৰ চানুল কুলাপ্পুৱাৱাদু আৰু বিমেন্দী স্বৰ্ণাৰ যুটিক পোনপটীয়া গেমত সহজেই পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।

 

Apply Now

চলিত এছিয়ান গেমছত এয়া ভাৰতৰ প্ৰথমটো টেবুল টেনিছ পদক হোৱাৰ লগতে এছিয়ান গেমছৰ ইতিহাসত ভাৰতৰ দ্বিতীয়টো মিক্সড ডাবলছ পদক হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ২০১৮ চনৰ এছিয়ান গেমছত শৰথ কমল আৰু মনিকা বাত্ৰাৰ যুটিয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। সামগ্ৰিকভাৱে এছিয়ান গেমছৰ ইতিহাসত টেবুল টেনিছত এয়া ভাৰতৰ চতুৰ্থটো পদক। ২০১৮ চনত শৰথ কমল আৰু মনিকা বাত্ৰাৰ লগতে পুৰুষ দলেও এটা পদক অৰ্জন কৰিছিল আৰু পৰৱৰ্তী সময়ত হাংঝৌত অনুষ্ঠিত প্ৰতিযোগিতাত মহিলা ডাবলছত অয়হিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীৰ যুটিয়ে ব্ৰঞ্জৰ পদক জয় কৰিছিল।

 

অৱশ্যে এছিয়ান গেমছৰ টেবুল টেনিছত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জনৰ পথ মানুষ আৰু দিয়াৰ বাবে সহজ নহ’ব। ছেমি ফাইনেলত ভাৰতীয় যুটিয়ে দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন তথা বিশ্বৰ দুই নম্বৰ স্থানপ্ৰাপ্ত চীনৰ ৱাং চুকিন আৰু ছুন য়িংছাৰ শক্তিশালী যুটীৰ মুখামুখি হ’ব। এইখন খেলৰ ফলাফলৰ ওপৰতে নিৰ্ভৰ কৰিব ভাৰতীয় যুটিয়ে ৰূপ নে সোণৰ পদকৰ বাবে ফাইনেলত প্ৰৱেশ কৰিব।

 

বৰ্তমানলৈকে চলিত এছিয়ান গেমছত ভাৰতে এটা সোণ, সাতটা ৰূপ আৰু নটা ব্ৰঞ্জৰ সৈতে সৰ্বমুঠ ১৭টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। শ্বুটিং, ক্ৰিকেট, ৱুছু, ভাৰোত্তোলন, এথলেটিকছ, বেডমিণ্টন, ৰোয়িং, চফ্ট টেনিছ আৰু মিক্সড মাৰ্শ্বিয়েল আৰ্টছৰ বিভিন্ন ইভেণ্টত ভাৰতীয় খেলুৱৈসকলে সফলতা লাভ কৰিছে। মহিলা ক্ৰিকেট দলৰ সোণৰ পদকৰ উপৰিও শ্বুটিঙত এলেভেনিল ভালৰিভান, সোণম মাস্কাৰ, বিদৰ্শা বিনোদ, ৰুদ্ৰাংকশ পাটিল, পাৰ্থ মানে, হিমাংশু ধিলন, অনন্তজিৎ সিং নাৰুকা, ৰাইজা ধিলন আৰু ভাৰোত্তোলনত মীৰাবাই চানুৰ দৰে খেলুৱৈয়ে পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd