• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আশংকা আঁতৰিল! ছিডনীতেই হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 30, 2020 7:53 am

1 min read

আশংকা আঁতৰিল! ছিডনীতেই হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট
172
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতে ক্ৰিকেট অষ্ট্ৰেলিয়াই ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ছিৰিজৰ তৃতীয়খন টেষ্ট মেচ ছিডনীতে অনুষ্ঠিত হ’ব বুলি মঙলবাৰে নিশ্চিত কৰিছে।

অহা ৭ জানুৱাৰিৰৰ পৰা ছিডনীত অনুষ্ঠিত হ’ব ছিৰিজৰ তৃতীয়খন টেষ্ট।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ ছিডনীৰ সীমান্তত বলৱৎ হৈ থকা বিধি-নিষেধৰ বাবে তৃতীয়খন টেষ্ট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক প্ৰশ্ন চিহ্নই দেখা দিছিল।

সেয়ে এইখন টেষ্ট মেলবৰ্ণ বা ব্ৰীছবেনলৈ স্থানান্তৰিত কৰাৰ জল্পনা-কল্পনা চলি আছিল।

এনেধৰণৰ চৰ্চা অব্যাহত থকাৰ মাজতে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অন্তৰ্ৱতীকালীন মুখ্য কাৰ্যবাহী বিষয়া নিক হকলেই মঙলবাৰে ভাৰত-অষ্ট্ৰেলিয়াৰ আন্তঃৰাষ্ট্ৰীয় ছিৰিজ সূচীমতেই অনুষ্ঠিত হ’ব বুলি জনায়।

ছিডনীত তৃতীয়খন টেষ্ট অনুষ্ঠিত হোৱাৰ বিপৰীতে ছিৰিজৰ চতুৰ্থ তথা অন্তিমখন টেষ্ট অহা ১৫ জানুৱাৰিৰ পৰা ব্ৰীছবেনত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে অষ্ট্ৰেলিয়াত পৰম্পৰাগতভাৱে নতুন বছৰৰ প্ৰথমখন মেচ ছিডনীত অনুষ্ঠিত হয়। সেয়ে এই নিয়ম যাতে ভংগ নহয় তাৰ বাবে ছিডনীতেই মেচখন অনুষ্ঠিত হোৱাতো বিচাৰি আছিল নিক হকলেই তথা আন আন বিষয়াসকলে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd