DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘এদিন ভাৰতবৰ্ষৰ নাম নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হ’ব’!

কোনে কিয় কৰিলে এই মন্তব্য?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2021 7:26 pm
a modi_ji_660_2503
343
VIEWS
Share on FacebookShare on Twitter

এদিন ভাৰতবৰ্ষৰ নাম নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হ’ব।

এতিয়া ষ্টেডিয়ামৰ নাম মোদীৰ নামেৰে ৰখা হৈছে, ক’ৰ’ণাৰ ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰত মোদীৰ ছবি ছপা কৰা হৈছে। এদিনৰ দেশৰ নামো মোদীৰ নামেৰেই কৰা হ’ব।এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

মোদীৰ আগ্ৰাসনবাদক কটাক্ষ কৰি মমতাই কয়—‘চাই থাকক অতি কম দিনৰ  ভিতৰতে দেশৰ নামো মোদীৰ নামেৰে ৰখা হ’ব’।

ভাৰতীয় মহাকাশ সংস্থা ইছৰ’ই মহাকাশলৈ মোদীৰ ছবি প্ৰেৰণ কৰাৰ বিষয়টোকো মমতাই সমালোচনা কৰে।

বিজেপিৰ নেতাসকলে কেৱল নিৰ্বাচনৰ সময়তহে পশ্চিমবংগলৈ আহি মিছা প্ৰতিশ্ৰুতিৰ বন্যা বোৱায় বুলি মমতাই কয়।

মোদীৰ গুজৰাটতে উন্নয়ন স্তব্ধ হৈ পৰিছে বুলি মমতাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

বিজেপি শাসিত ৰাজ্যসমূহত প্ৰকৃত উন্নয়ন ক’ত হৈছে বুলিও মমতা বেনাৰ্জীয়ে প্ৰশ্ন কৰে।

পশ্চিমবংগত এইবাৰৰ নিৰ্বাচন মোদী আৰু দিদিৰ মাজত হ’ব বুলি তেওঁ কথা প্ৰসংগত উল্লেখ কৰে।

উল্লেখ্য কিছুদিন পূৰ্বে  ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ নামত উচৰ্গা কৰা দেশৰ এখন পুৰণি ষ্টেডিয়ামৰ নাম মোদীৰ নামেৰে পুনৰ নামকৰণ কৰা হৈছিল।

ইয়াকেলৈ দেশজুৰি বিতৰ্কৰো  সৃষ্টি হৈছিল।

Recent News

মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত একেটা পৰিয়ালৰ দুগৰাকী মহিলাসহ এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ। 

মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত একেটা পৰিয়ালৰ দুগৰাকী মহিলাসহ এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ। 

TU Recruitment 2022

Assam Career : তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যাপকৰ পদ খালী, কিদৰে কৰিব আবেদন?

Uddhav Thackeray’s warning নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই

Uddhav Thackeray’s warning নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই

Maharashtra Political Crisis

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা বিধায়ক বেচা-কিনা ৰাজনীতিৰ ঠিকাদাৰ: কটাক্ষ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd