• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুটা দশকৰ ভিতৰত ভাৰত বিশ্বৰ শীৰ্ষ তিনিটা বৃহৎ অৰ্থনৈতিক শক্তিৰ অন্তৰ্ভূক্ত হ’ব : মুকেশ আম্বানি.

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 15, 2020 5:03 pm

1 min read

দুটা দশকৰ ভিতৰত ভাৰত বিশ্বৰ শীৰ্ষ তিনিটা বৃহৎ অৰ্থনৈতিক শক্তিৰ অন্তৰ্ভূক্ত হ’ব : মুকেশ আম্বানি.
702
VIEWS
Share on FacebookShare on Twitter

ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানিয়ে ভাৰতে অনাগত দুটা দশকৰ ভিতৰত বিশ্বৰ তিনিটা সৰ্ববৃহৎ অৰ্থনীতিৰ অন্তৰ্ভুক্ত হ’ব বুলি মত ব্যক্ত কৰে।

দেশৰ গড় জনমুৰি আয় ১৮০০-২০০০ ডলাৰৰ পৰা ৫০০০ ডলাৰলৈ বৃদ্ধি পাব বুলিও ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ গৰাকীয়ে লগতে কয়।

ফেইচবুকৰ ‘ফুৱেল ফৰ ইণ্ডিয়া ২০২০’ অনুষ্ঠানত অংশ লৈ দেশৰ অন্যতম শ্ৰেষ্ঠ উদ্যোগপতি গৰাকীয়ে এইদৰে ভাৰতীয় অৰ্থনীতিৰ ভবিষ্যত সম্পৰ্কে উল্লেখ কৰে।

আনহাতে, অধিকাংশ যুৱ নাগৰিকে অংশগ্ৰহণ কৰা ভাৰত অতিশীঘ্ৰে প্ৰিমিয়াৰ ডিজিটেল ছ’চাইটিলৈ ৰূপান্তৰিত হ’ব বুলিও আম্বানীয়ে কয়।

ফেইচবুকৰ মুখ্য কাৰ্য্যবাহী মাৰ্ক জুকাৰবাৰ্গৰ সৈতে অংশলোৱা কথা-বতৰাত মুকেশ আম্বানিয়ে ভাৰতৰ ভবিষ্যত অৰ্থনৈতিক উত্থাপনৰ প্ৰতি যোগাত্মক দৃষ্টিভংগী ব্যক্ত কৰি প্ৰতিটো দুৰ্যোগে মানুহৰ মাজত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে বুলিও লগতে কয়।

ইপিনে, ভাৰতে অতি সুন্দৰভাৱে কোভিড মহামাৰীৰ সৈতে মুখামুখি হৈছে বুলিও আম্বানিয়ে অনুষ্ঠানত কয়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd