DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অশ্বিনৰ ঘূৰ্ণীত তাচপাতৰ দৰে খহি পৰিল ৱেষ্ট ইণ্ডিজৰ ইনিংছ! অভিষেকতে মেচৰ শ্ৰেষ্ঠ যশস্বী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2023 11:13 am
1.1k
VIEWS
Share on FacebookShare on Twitter

কালি যেতিয়া যশস্বী জয়ছোৱালৰ ১৭১ আৰু বিৰাট কোহলীৰ ৭৬ ৰানৰ ইনিংছৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই ৪২১ ৰান ইনিংছ ঘোষণা কৰাৰ সিদ্ধান্ত লয়, তেতিয়াই সকলো ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ মনত এটা কথাই খেলিছিল কিমান সোনকালে তেওঁলোকে ঘৰলৈ উভতিব পাৰিব। ঠিকেই, কালি ডমিনিকা টেষ্টৰ তৃতীয় দিন শেষ হোৱাৰ আগতেই তেওঁলোকে আৰু অপেক্ষা কৰিব লগা নহ’ল। ৱেষ্ট ইণ্ডিজে বেট ধৰি ৫০ অভাৰতকৈ বেছি টিকিব নোৱাৰিলে।

দুৰ্বল কেৰিবিয়ান দলটোৱে দ্বিতীয় ইনিংছত মাত্ৰ ১৩০ ৰানত অল আউট হোৱাৰ পাছত ভাৰত এটা ইনিংছ আৰু ১৪১ ৰানেৰে বৃহৎ জয় সাৱ্যস্ত কৰে। তেওঁলোকে নিজেই যেন পাহৰি গৈছে যে এসময়ত ক্ৰিকেট বিশ্বক শাসন কৰিছিল এই দলটোৱেই। এতিয়া টি-২০ বিশ্বকাপ আৰু এদিনীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছে। টেষ্ট ফৰ্মেটতো তেওঁলোকৰ প্ৰদৰ্শন নিৰাশাজনক।

ফটো সৌজন্য: বিচিচিআই।

 

কালি ৰবি অশ্বিনৰ ঘূৰ্ণীৰ আগত অসহায়ভাৱে আত্মসমৰ্পণ কৰে কেৰিবিয়ান বেটছমেনসকলে। প্ৰথম ইনিংছৰ দৰেই স্থানীয় খেলুৱৈ আৰু টেষ্টত অভিষেক ঘটোৱা অথিনাজে (২৮) দ্বিতীয় ইনিংছতো দলটোৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে। কিন্তু কালি তেওঁলোকৰ কোনো এজনে ৩০ ৰানৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে। দুয়োটা ইনিংছতে ভাৰতীয় যুৱ অ’পেনাৰ যশস্বী জয়ছোৱালৰ ব্যক্তিগত স্ক’ৰ অতিক্ৰম কৰিবলৈকে ব্যৰ্থ হয় দলটো।

ফটো সৌজন্য: বিচিচিআই।

প্ৰথম ইনিংছত ৫টা উইকেট লোৱাৰ পিছত অশ্বিনে দ্বিতীয় ইনিংছতো ৱেষ্ট ইণ্ডিজৰ বেটিং লাইন কাৰ্যতঃ ধ্বংস কৰে। অশ্বিনে দ্বিতীয় ইনিংছত ৭ উইকেট আৰু মেচখনত ১২টা উইকেটৰে অনিল কুম্বলেক অতিক্ৰম কৰে। ভাৰতীয় ক্ৰিকেটাৰ এজনে এখন খেলতে সৰ্বাধিক ১০ উইকেট লাভ কৰাৰ অভিলেখ গঢ়িছিল কুম্বলেই। অতি কম মেচ খেলি অশ্বিনে তেওঁক স্পৰ্শ কৰিছে।

ফটো সৌজন্য: বিচিচিআই।

মেন অৱ দ্য মেচ সন্মা লাভ কৰাৰ পিছত যশস্বীয়ে ৰোহিত শৰ্মাক ধন্যবাদ জনাই কয় যে তেওঁ বেটিং কৰাৰ সময়ত তেওঁক অহৰহ পৰামৰ্শ দি আহিছিল। কিন্তু তেওঁ আগতেই কৈছিল যে এয়া মাত্ৰ আৰম্ভণিহে আৰু তেওঁ ইয়াতেই থমকি ৰ’ব নিবিচাৰে। ভৱিষ্যতে নিজকে আৰু ডাঙৰ স্থানত চাব বিচাৰে বুলি যশস্বীয়ে কয়।

Recent News

India vs Australia

অনবদ্য ভাৰত: ম’হালীত থমকিল অষ্ট্ৰেলিয়া

চলন্ত টেক্সিত দলৱদ্ধভাবে ধৰ্ষণ ১৪ বছৰীয়া কিশোৰীক, গ্ৰেপ্তাৰ দুই অভিযুক্ত

চলন্ত টেক্সিত দলৱদ্ধভাবে ধৰ্ষণ ১৪ বছৰীয়া কিশোৰীক, গ্ৰেপ্তাৰ দুই অভিযুক্ত

Ramesh Bidhuri Danish Ali

ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান

বিপদ! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন

বিপদ! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd