• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে ভাৰতীয় সেনা বাহিনীৰ ‘সেনা দিৱস’ উদযাপন

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
January 15, 2021 1:58 pm
202
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনা দিৱস উপলক্ষে আজি মাৰ্ঘেৰিটা সেনা ছাউনীৰ উদ্যোগত মাৰ্ঘেৰিটা ছেইণ্ট মেৰিজ স্কুল প্ৰাংগনত সেনা দিৱস উদযাপন কৰা হয়।

এই সেনা দিৱসৰ শুভ ক্ষণত ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ লগতে সেনা বাহিনীয়ে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।

ছেইণ্ট মেৰিজ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

ছাত্ৰ-ছাত্ৰী সকলে সেনা বাহিনীৰ দ্বাৰা আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিভূত হৈ পৰে।

ছেইণ্ট মেৰিজ স্কুলৰ অধ্যক্ষই সেনা দিৱস আয়োজন কৰা বাবে ভাৰতীয় সেনা বাহিনীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে ভাৰতীয় সেনা বাহিনীৰ বিষয়ে বহু নজনা কথা জানিবলৈ সক্ষম হ’ল বুলি কয়।

‘‘আমি সেনা বাহিনীৰ বিষয়ে যিবোৰ কথা নাযানো, তেওঁলোকে কেনেধৰণৰ জীৱন শৈলীত থাকে, কি অস্ত্ৰ ব্যাৱহাৰ কৰে….আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি জানিব পাৰিছো। বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকল অধিক উৎসুক হৈ পৰিছে, তেওঁলোকে ৰাতিপুৱা ৭ বজাৰ পৰাই বিদ্যালয়ত উপস্থিত হৈ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে,’’ বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে এইদৰে লগতে কয়।

ইপিনে, ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰাও বিদ্যালয় কৰ্তৃপক্ষৰ লগতে উপস্থিত ছাত্ৰ-ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰি ভাৰতীয় সেনা বাহিনীৰ প্ৰতি দেখুওৱা মৰমৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd