DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ ধনশিৰিমুখত ভাৰতীয় সেনা বাহিনীৰ বান সাহায্য শিৱিৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 25, 2019 3:13 pm
Indian Army social activity

বোকাখাতত ভাৰতীয় সেনাবাহিনীৰ বান সাহায্য শিৱিৰ

452
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ মাইবেলাত থকা ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত আজি বোকাখাত মহকুমাৰ বানবিধস্ত ধনশিৰিমুখ এলেকাত বানাক্ৰান্ত জনসাধাৰণৰ বাবে এটা বান সাহায্য শিৱিৰ আয়োজন কৰা হয়।

ভাৰতীয় সেনা বাহিনীৰ ডি এ অ’  ডিভিজনৰ মাইবেলা শিৱিৰৰ উদ্যোগত আয়োজিত বান সাহায্য শিৱিৰত সেনা বাহিনীৰ চিকিৎসকে বানাক্ৰান্ত লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ দিয়াৰ লগতে বানাক্ৰান্ত লোকৰ মাজত খাদ্য সামগ্ৰী, আঠুৱা আৰু কাপোৰ বিতৰণ কৰা হয়।

তাৰোপৰি, বান বিধস্ত অঞ্চলটোত ৰোগ প্ৰতিৰোধৰ বাবে কীটনাশক চটিওৱা হয়। ধনশিৰিমুখ জনজাতি মাধ্যমিক বিদ্যালয় প্ৰাংগনত মাইবেলাস্থিত ভাৰতীয় সেনাৰ এই বান সাহায্য শিৱিৰৰ পৰা বোকাখাত মহকুমাৰ ধনশিৰিমুখৰ বানআক্ৰান্ত জনসাধাৰণ যথেষ্ট উপকৃত হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, অসমত চলিত বৰ্ষত হোৱা ভয়াবহ বানপানীৰ ফলত ৩০ খন জিলাৰ প্ৰায় ৩৫ লাখতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

ভাৰতীয় সেনাবাহিনীয়েও জিলা প্ৰশাসনৰ আহ্বান আনুসৰি ৰাজ্যৰ বানআক্ৰান্ত জনসাধাৰণক উদ্ধাৰ অভিযানত সহায় কৰি আহিছে।

Recent News

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd