• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিত ‘ভাৰতীয় বাঙালী’ লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱা কাৰ্য কোনোপধ্যে সহ্য কৰা নহ’ব : বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 22, 2018 7:34 am
IMG_20180821_163326
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘একাংশ বিষয়া-কৰ্মচাৰীৰ হেমাহি আৰু ভুলৰ বাবে বাক্সা জিলাৰ এন আৰ চি সেৱা কেন্দ্ৰ সমূহত যথেষ্ট পৰিমাণে বিসংগতিয়ে দেখা দিছে। যাৰ ফল ভোগ কৰিব লগা হৈছে বহু প্ৰকৃত ভাৰতীয় নাগৰিকে’। মঙলবাৰে তামুলপুৰ প্ৰেছ ক্লাবত যৌথভাৱে এখন সংবাদ মেল সম্বোধন কৰি অতি ক্ষোভেৰে এই কথা প্ৰকাশ কৰে সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্বই।

বাক্সা জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি অধীৰ আৰ্য্যই সংবাদ মেলখন সম্বোধি কয় যে বাক্সা জিলাৰ বাঙালী জনগোষ্ঠীৰ লোক সকলৰ উপযুক্ত আৰু বৈধ নথি-পত্ৰ থকাৰ পিছতো এন আৰ চিৰ দ্বিতীয় খচৰাত বহু বাঙালী লোকৰ নাম বাদ পৰিছে। কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিৰ পৰা বাদ পৰা কাৰ্য কেতিয়াও সহ্য কৰা নহ’ব।

Apply Now

সংবাদ মেলত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি নিখিল দে’ই কয় যে ১৯৬৪ চনৰ মাটিৰ দলিল দাখিল কৰাৰ পিছতো এন আৰ চি কৰ্তৃপক্ষই সেইসকল লোকক অবৈধ ঘোষণা কৰিছে। একেদৰে মাধ্যমিক শিক্ষা পৰিষদ, অসম,ৰ  পৰা পোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰ বা প্ৰৱেশ পত্ৰকো এন আৰ চি কৰ্তৃপক্ষই অবৈধ ঘোষণা কৰা বহু ভাৰতীয় বাঙালী সম্প্ৰদায়ৰ লোকৰ নাম এন আৰ চিত নোসোমোৱাত এই লোক সকল বিপাঙত পৰিবলগীয়া হৈছে।

নিখিল দে’ই অভিযোগ কৰি কয় যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগৰ বৈধ নথি-পত্ৰ দাখিল কৰাৰ পিছতো এন আৰ চিৰ দ্বিতীয় খচৰাত নাম অন্তৰ্ভুক্ত নকৰি এন আৰ চি কৰ্তৃপক্ষই অসম চুক্তিক অৱমাননা কৰিছে। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে অসম চুক্তিক সন্মান কৰি অহা বুলি উল্লেখ কৰি অসম চুক্তিৰ আধাৰত সম্পূৰ্ণ নিকা আৰু স্বচ্ছ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এখন প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰে।

প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এন.আৰ.চি.ত অন্তৰ্ভুক্ত নহলে অসমত উদ্ভৱ হব পৰা যিকোনো অশান্তিকৰ পৰিস্থিতিৰ বাবে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষই  দায়ী হব বুলি নিখিল দে’ই সংবাদ মেল যোগে সকীয়াই দিয়ে।

সংবাদ মেলখনত উপস্থিত থাকি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি সুশীল দাসে কয় যে এন আৰ চিত দেখা দিয়া বিসংগতিয়ে বাঙালী লোক সকলৰ মাজত হতাশাগ্ৰস্ত পৰিৱেশৰ সৃষ্টি কৰিছে। বিশেষকৈ বাক্সা জিলাতেই অধিক সংখ্যক বাঙালী লোকৰ নাম এন আৰ চিৰ দ্বিতীয় খচৰাত বাদ পৰিছে। অথচ সেই সকল বাঙালী লোকে বৈধ নথি-পত্ৰ জমা দিছে। সেয়েহে প্ৰকৃত ভাৰতীয় বাঙালী সম্প্ৰদায়ৰ লোক সকলৰ বৈধ নথি-পত্ৰৰ ভিত্তিত এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে সুশীল দাসে।

মঙলবাৰৰ সংবাদ মেলত বাক্সা জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্যকৰী সভাপতি হৰেন দাস, সম্পাদক পৰিমাল শীল, সদৌ বিটিচি ক্ষেত্ৰীয় সমিতিৰ উপ-সভাপতি পল্টন সৰকাৰ আদিকে বাক্সা জিলাৰ সকলো আঞ্চলিক সমিতিৰ বিষয়-ববীয়াৰ লগতে দুই শতাধিক ছাত্ৰ নেতা-কৰ্মী উপস্থিত থাকে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd