• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফুটবল, চাম্বাৰ দেশ ব্ৰাজিল ফুৰিবলৈ এতিয়া আৰু ভিজাৰ প্ৰয়োজন নাই

Nenow এন ই নাও নিউজ
গুৱাহাটী , October 25, 2019 5:26 pm

1 min read

Indian, Chinese need no visa to visit Brazil

ব্ৰাজিলৰ পতাকা। সৌজন্য-- উইকিপিদিয়া।

365
VIEWS
Share on FacebookShare on Twitter

ফুটবল আৰু চাম্বাৰ দেশ ব্ৰাজিল ফুৰিবলৈ ভাৰতীয় নাগৰিকক এতিয়া ভিজাৰ প্ৰয়োজন নাই।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জে’ৰ বলচ’নাৰ’ৱে বৃহস্পতিবাৰে কৈছে যে দক্ষিণ এমেৰিকান দেশখনে ভাৰতীয়ৰ লগতে চীনাসকলৰ বাবে ভিজাৰ প্ৰয়োজনীয়তা বাতিল কৰিছে।

চলিত চীন ভ্ৰমণত অতি-সোঁপন্থী ৰাজনীতিকজনে এই ঘোষণা কৰিছে।

ব্ৰাজিল চৰকাৰে এই বছৰৰ পহিলা ভাগৰে পৰা কেইখনমান দেশৰ নাগৰিকৰ আগমনত ভিজাৰ প্ৰয়োজনীয়তা বাতিল কৰিছিল।

প্ৰথম পৰ্য্যায়ত ইউনাইটেদ ষ্টে’টছ, কেনাদা, জাপান আৰু অষ্ট্ৰেলিয়াৰ নাগৰিকৰ বাবে ভিজা উঠাই দিয়া হৈছিল।

ৰাষ্ট্ৰপতিজনৰ এই সিদ্ধান্তৰ পিছতে উক্ত দেশসমূহেও তেওঁলোকৰ তালৈ আহিবলৈ ব্ৰাজিলিয়ানসকলৰ বাবে ভিজাৰ প্ৰয়োজনীয়তা নোহোৱা কৰিছিল।

চীনৰ উচ্চাকাংক্ষী বেল্ট এণ্ড ৰ’দ ইনিচিএ’টিভত ব্ৰাজিলে এতিয়ালৈকে স্বাক্ষৰ কৰা নাই।

বিপৰীতে, এই প্ৰকল্পত এতিয়ালৈকে ১৯খন লেটিন এমেৰিকান আৰু কেৰিবিয়ান দেশে সন্মতি প্ৰদান কৰিছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd