• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

IMF-এ দিলে সুখবৰ : লাহে লাহে ভালৰ দিশে গতি কৰিছে ভাৰতীয় অৰ্থনীতি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 4, 2020 9:26 am

1 min read

IMF-এ দিলে সুখবৰ : লাহে লাহে ভালৰ দিশে গতি কৰিছে ভাৰতীয় অৰ্থনীতি

প্ৰতিনিধিত্বমূলক চিত্ৰ

51.1k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ বাবে বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ভাৰতৰ অৰ্থনীতি লাহে লাহে পূৰ্বৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বুলি মন্তব্য কৰিছে আন্তঃৰাষ্ট্রীয় মুদ্ৰা নিধি চমুকৈ আই এম এফে।

ছেপ্টেম্বৰ ত্ৰিমাসিকত আশা কৰাতকৈ ভাৰতৰ অৰ্থনীতি যথেষ্ট পৰিমানে উন্নত হৈছে।

উৎপাদন খণ্ডৰ উন্নত প্ৰদৰ্শনৰ বাবে জিডিপি হ্ৰাস হৈছে মাত্ৰ ৭.৫ শতাংশ। লগতে গ্ৰাহকৰ চাহিদাই অনাগত সময়ত এই হাৰ অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ পূৰ্বে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক এপ্ৰিল-জুনত অৰ্থনীতি ২৩.৯ শতাংশ হ্ৰাস পাইছিল। ইয়াকে লৈ চিন্তিত হৈ পৰিছিল সাধাৰণ জনতা।

আই এম এফৰ প্ৰমুখ মুখপাত্ৰ গেৰী ৰাইছে সাংবাদিকৰ আগত কয়, ‘বাস্তৱ ক্ষেত্ৰত ভাৰতে এই মহামাৰীৰ দ্বাৰা বেয়াকৈ প্ৰভাৱিত হৈছিল কিন্তু লাহে লাহে এই সংকটৰ পৰা সুস্থ হৈ আছে’।

মহামাৰী ক’ভিড-১৯ৰ সময়ত ভাৰতৰ অৰ্থনৈতিক দুৰৱস্থা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৰাজকোষ, বিত্তীয় ক্ষেত্ৰৰ পদক্ষেপে কোম্পানিসমূহ, ব্যৱসায়, কৃষি, দৰিদ্ৰ ক্ষতিগ্ৰস্ত পৰিয়ালকে ধৰি অৰ্থব্যৱস্থাক প্ৰয়োজনীয় সহায় কৰিছে।

ইয়াৰ পূৰ্বে আই এম এফৰ মন্ত্ৰীস্তৰীয় সমিতি, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা আৰু বিত্তীয় সমিতি(আই এম এফ চি)ৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেন্সত ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ভাৰতৰ অৰ্থব্যৱস্থাৰ উত্থান পৰিলক্ষিত হৈছে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd