• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৱাই ৪৩খন দেশৰ ৬৪ প্ৰতিনিধিৰ সৈতে কাজিৰঙা ভ্ৰমণ কৰিলে বৈদেশিক মন্ত্ৰী এছ জয় শংকৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2025 10:08 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এডাভান্টেজ অসম-২.০ত অংশ লোৱাৰ উদ্দেশ্যে দেওবাৰে অসমলৈ অহা কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়ংশংকৰ আৰু ৪৩খন দেশৰ ৬৪জন প্ৰতিনিধিয়ে সোমবাৰে পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে।

পুৱাই তেওঁলোকে কহঁৰা বনাঞ্চলত হাতী আৰু জীপ ছাফাৰীৰ আনন্দ উপভোগ কৰে। ২৬খন জীপছী, ১৫টা হাতীৰে কহঁৰা বনাঞ্চল পৰিদৰ্শন কৰে জয়শংকৰৰ লগতে লগতে বিদেশৰ প্ৰতিনিধি দলটোৱে। প্ৰতিনিধি দলটোক সংগ দিয়ে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু মন্ত্ৰী অতুল বৰাই।

Apply Now

পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ পিছত দলটো পুনৰ যোৰহাটৰ বিমান বন্দৰলৈ উভতি আহিব আৰু তাৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ আহিব।

উল্লেখ্য যে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে তেওঁলোকে ২৪ ফেব্ৰুৱাৰী সোমবাৰে সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া ঝুমুৰ নৃত্য উপভোগ কৰিব আৰু তাৰপিছত ২৫ ফেব্ৰুৱাৰীত এডভান্টেজ আছাম ২.০ত উপস্থিত থাকিব।

দেওবাৰে সন্ধিয়া বিশেষ বিমানযোগে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হয়হি দেশৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ। তেওঁৰ লগত আহিছে ৪৩খন দেশৰ ৬২ গৰাকী প্ৰতিনিধি। এই দলটোত ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ ১২ জনীয়া এটা বিষয়াৰ দলো আহিছে।

বিদেশী প্ৰতিনিধি সকল আহিছে ক্ৰমে বাংলাদেশ, কোষ্টাৰিকা, চাদ, কেমেৰুণ, ৰিপাব্লিক অব কংগো , ঘানা, ইৰাক, ৰাৱাণ্ডা, পোলেণ্ড, শ্ৰীলংকা, ছুইডেন, টিমৰ লেষ্টি, জামাইকা, কাজাখাস্তান, কেনিয়া, কিৰগিস্তান, মালয়েছিয়া, মালদ্বীপ, নামিবিয়া, নৰ্থ মেছিদনীয়া, পানামা, পাপুৱা নিউগিনি, ছাৰ্বিয়া, ছিছিলি, ছলোমন আইলেণ্ড, চোমালিয়া, টাঞ্জানিয়া, উগাণ্ডা, ভেনিজুৱেলা, আৰ্মেনিয়া, বটছৱানা, বুলগেৰিয়া, কলম্বিয়া, কিউবা, চাইপ্ৰাছ, এল ছালভেদৰ, এৰিট্ৰিয়া, ফিনলেণ্ড, জৰ্জিয়া, ৰিপাব্লিক অব গুইনিয়া, গুৱেনা, আইচলেণ্ড আৰু ইটালীৰ পৰা।

জানিব পৰা মতে, সন্মিলনৰ প্ৰথম দিনা অসমৰ উদ্যোগপতি আৰু বাহিৰৰ পৰা অহা উদ্যোগপতিৰ বৈঠক হ’ব। বৈঠকত অসমৰ উদ্যোগপতিৰ হৈ অভিজিৎ বৰুৱা আৰু অনুপম ডেকাই ভাষণ দিব। সেইদৰে, বাহিৰৰ উদ্যোগপতি হিচাপে দেশৰ প্ৰধান উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানী, অনিল আগৰৱালা, সজ্জন জিণ্ডাল আদিয়ে ভাষণ দিব ।

এই সন্মিলনত বিকশিত অসম, এক্ট ইষ্ট পলিচি, ছেমিকণ্ডাক্টৰ, হাইড্ৰ’কাৰ্বন, ভূটান আৰু ভাৰত সহযোগিতা, পথ, জলপথ, ৰেলপথ যাতায়ত, আৰ্থিক বিনিয়োগ আদি‌ বিষয়ত পৃথকে পৃথকে অধিবেশন অনুষ্ঠিত হ’ব। এই অধিৱেশনতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও ভাষণ দিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd