• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰিটেইনত ভাৰত বিদ্বেষ! গুৰুদ্বাৰত প্ৰৱেশ কৰাত বাধা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম দোৰাইস্বামীক

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 30, 2023 2:44 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বতে খলিস্তানীপন্থী বিচ্ছিন্নতাবাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। ভিন্দ্ৰেনৱালৰ অনুগামীসকলে ভাৰত বিভাজনৰ সপোন দেখিছে। এইবাৰ  ভাৰতৰ ৰাষ্ট্ৰদূতক ব্ৰিটেইনৰ এটা গুৰুদ্বাৰত প্ৰৱেশ কৰাত বাধা দিয়ে শিখ বিচ্ছিন্নতাবাদীসকলে।

শুকুৰবাৰে ব্ৰিটেইনত ভাৰতৰ ৰাষ্ট্ৰদূত বিক্ৰম দোৰাইস্বামীয়ে খালিস্তান সমৰ্থকৰ ৰোষৰ সন্মুখীন হ’বলগীয়া হয়। স্কটলেণ্ডৰ এটা গুৰুদ্বাৰাত তেওঁক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল।

উগ্ৰপন্থী বৃটিছ শিখৰ এটা দলৰ আপত্তিৰ বাবে গ্লাছগোৰ সেই ধৰ্মস্থানত প্ৰৱেশ কৰিব নোৱাৰিলে দোৰাইস্বামী। এই ঘটনাই নতুন দিল্লী আৰু লণ্ডনৰ মাজত কূটনৈতিক উত্তেজনা আৰম্ভ কৰিছে। ইয়াৰ আগতেও ভাৰতীয় কূটনীতিবিদসকলে দেশখনত খালিস্তানীৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল।

Apply Now

লগতে পঢ়কঃ বিতৰ্কিত মন্তব্য! মেনকা গান্ধীলৈ ১০০ কোটি টকাৰ মানহানিৰ জাননী প্ৰেৰণ কৰিলে ইস্কনে

উল্লেখ্য যে কেইমাহমানৰ আগতে খালিস্তানী নেতা অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ চেষ্টাৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন প্ৰান্তত খালিস্তানীপন্থীসকলে প্ৰতিবাদ কৰিছিল। ব্রিজবেন, লণ্ডন, ছান ফ্ৰান্সিস্কো আদি কেইবাঠাইতো হালধীয়া পতাকাধাৰীসকলে ভাৰতীয় দূতাবাসত তাণ্ডৱ চলাইছিল৷

লণ্ডনত থকা উচ্চায়ুক্তৰ ৰাষ্ট্ৰীয় পতাকা আঁতৰাই তাত হালধীয়া পতাকা লগাই দিয়া হৈছিল। ভাৰত বিৰোধী শ্লোগানো দিয়া হৈছিল। এইবাৰ ভাৰতীয় ৰাষ্ট্ৰদূতক ব্ৰিটেইনৰ এটা গুৰুদ্বাৰত প্ৰৱেশত বাধা দি পৰিস্থিতি আৰু জটিল কৰি তুলিলে খালিস্তানীপন্থীসকলে।

উল্লেখ্য যে ২০২৩ চনৰ ১৮ জুনত কানাডাত কুখ্যাত খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰা হৈছিল। ছাৰেৰ এটা গুৰুদ্বাৰৰ সন্মুখত অচিনাক্ত ব্যক্তিয়ে খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বীজনৰ ওপৰত গুলীচালনা কৰে। নিজ্জাৰ হত্যাকাণ্ডৰ লগত কোন জড়িত সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

লগতে পঢ়কঃ ৱেগনাৰৰ দায়িত্ব লাভ কৰা কোন এই আন্দ্ৰেই ট্ৰ’শ্বেভ? পুনৰ ইউক্ৰেইনত চলিব নেকি বিধ্বংসী আক্ৰমণ?

অৱশ্যে কানাডা চৰকাৰে এই ঘটনাৰ আঁৰত ভাৰত থকা বুলি অভিযোগ উত্থাপন কৰিছে। কোনো প্ৰমাণ অবিহনে সৰৱ হয় কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো। তেতিয়াৰ পৰাই নতুন দিল্লী আৰু কানাডাৰ মাজত কূটনৈতিক উত্তেজনা অব্যাহত আছে। 

এন ই নাও  নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd