• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিতৰ্কিত মন্তব্য! মেনকা গান্ধীলৈ ১০০ কোটি টকাৰ মানহানিৰ জাননী প্ৰেৰণ কৰিলে ইস্কনে

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 30, 2023 12:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ শাসকীয় দল বিজেপিৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীয়ে বিতৰ্কিত মন্তব্য কৰাৰ বাবে ধৰ্মীয় সংগঠন আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ ভাৱনামৃত সংঘই (ইস্কন) ১০০ কোটি টকাৰ মানহানিৰ জাননী প্ৰেৰণ কৰিছে। শুকুৰবাৰে সংঘই এই কথা অৱগত কৰে।

এক বিবৃতিত ইস্কনৰ উপ-সভাপতি ৰাধাৰমণ দাসে কয় যে ইস্কনৰ বিৰুদ্ধে মেনকা গান্ধীৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। ইয়াৰ বাবে সংঘই মেনকা গান্ধীৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ জাননী প্ৰেৰণ কৰিছে।

ৰাধাৰমণ দাসে লগতে কয় যে মেনকা গান্ধীয়ে ঘৃণনীয় অভিযোগ উত্থাপন কৰিছে। তেওঁৰ এই মন্তব্যত বিশ্বজুৰি ইস্কনৰ ভক্ত, সমৰ্থক আৰু শুভাকাংক্ষীসকল গভীৰভাৱে ব্যথিত হৈ পৰিছে।

Apply Now

লগতে পঢ়কঃ স্কুললৈ গৈ ‘ৰীলছ’; বনায় চৰকাৰী শিক্ষয়ত্ৰীয়ে; শিক্ষাৰ্থীয়ে কৰিব লাগে লাইক, কমেন্ট, শ্বেয়াৰ!

শেহতীয়াকৈ মেনকা গান্ধীয়ে ইস্কনক আক্ৰমণ কৰিছিল। অনলাইনত ভাইৰেল হোৱা এটা ভিডিঅ’ত মেনকাই কোৱা শুনা গৈছে যে, “ইস্ককন হৈছে দেশৰ আটাইতকৈ ডাঙৰ প্ৰতাৰক সংস্থা। ইস্কনত বহু গোশালা আছে। তেওঁলোকে চৰকাৰৰ পৰা মাটিকে ধৰি বিভিন্ন সাহায্য লয়।

অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰত ইস্কনৰ এখন গোশালা আছে। মেনকা গান্ধীয়ে তাত ভ্ৰমণ কৰিছিল। সেই স্মৃতিৰ কথা সুঁৱৰি তেওঁ কয় যে তাত কোনো গৰু নাছিল। তাত তেওঁ কোনো পোৱালিও দেখা নাপালে। মেনকাই কয়, ‘তাত এটাও পোৱালি আৰু গৰু নাছিল। অৰ্থাৎ সকলো বিক্ৰী কৰি দিয়া হৈছে।‘

ইস্কনৰ বিৰুদ্ধে অভিযোগ কৰি মেনকা গান্ধীয়ে কয়, ‘ইস্কনে তাত থকা সকলো গৰু কছাইক বিক্ৰী কৰিছে। তেওঁলোকৰ দৰে এনে কাম আন কোনেও নকৰে। অথচ ইস্কনৰ সদস্যসকলে ৰাজপথত “হৰে ৰাম, হৰে কৃষ্ণ” গীত গায়। কোৱা হয় যে তেওঁলোকৰ গোটেই জীৱন গৰু আৰু গাখীৰৰ ওপৰত নিৰ্ভৰশীল। কিন্তু তেওঁলোকে যিদৰে গৰু বিক্ৰী কৰে, আন কোনোৱে নকৰে।‘

লগতে পঢ়কঃৰণক্ষেত্ৰত পৰিণত টক শ্ব’; লাইভ চলি থকাৰ মাজতে ইজনে সিজনক মাৰিলে চৰ, ঘোচা, গোৰ! ভাইৰেল ভিডিঅ’

ভিডিঅ’ ভাইৰেল হোৱাৰ কিছু সময়ৰ পাছতেই ইস্কনৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ যুধিষ্ঠিৰ গোবিন্দ দাসে কয় যে ইস্কনে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে গৰু-ম’হৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ে। কেতিয়াও কছাইক বিক্ৰী কৰা হোৱা নাই। মেনকা গান্ধী এগৰাকী সুপৰিচিত পশু অধিকাৰ কৰ্মী। তেওঁ ইস্কনৰ শুভাকাংক্ষী। গতিকে ইস্কন কৰ্তৃপক্ষই মেনকা গান্ধীৰ ‘অপ্ৰমাণহীন আৰু মিছা’ মন্তব্যত যথেষ্ট আচৰিত হৈছে। 

এন ই নাও  নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd