• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্কুললৈ গৈ ‘ৰীলছ’ বনায় চৰকাৰী শিক্ষয়ত্ৰীয়ে; শিক্ষাৰ্থীয়ে কৰিব লাগে লাইক, কমেন্ট, শ্বেয়াৰ!

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 30, 2023 10:47 am
ফটো সৌজন্যঃ ইণ্ডিয়া টুডে।

ফটো সৌজন্যঃ ইণ্ডিয়া টুডে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুসকলে প্ৰতিদিনে বেগ, কিতাপ, বহী লৈ স্কুললৈ যায়। কিন্তু পঢ়া-শুনা কৰা নহয়। পঢ়াশুনা কৰাবনো কোনে? যিসকলে পঢ়ুৱাব লাগে তেওঁলোক যে আন কামত ব্যস্ত। শিক্ষয়ত্ৰীসকলে স্কুললৈ গৈ ইনষ্টাগ্ৰাম ৰীলছ বনায়। শিক্ষাৰ্থীসকলে বাধ্যতামূলকভাৱে সেই ভিডিঅ’ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব লাগে।

অভিযোগ অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক বাইদেউহঁতৰ চেনেলটো চাবস্ক্ৰাইব কৰিবলৈকো বাধ্য কৰা হয়।

উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়ত্ৰীসকলৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। বিদ্যালয়ত নিয়মীয়াকৈ ৰীলছ ভিডিঅ’ নিৰ্মাণ কৰা হয় বুলি ছাত্ৰ-ছাত্ৰীৰ অভিযোগ।

Apply Now

লগতে পঢ়কঃ ৰণক্ষেত্ৰত পৰিণত টক শ্ব’; লাইভ চলি থকাৰ মাজতে ইজনে সিজনক মাৰিলে চৰ, ঘোচা, গোৰ! ভাইৰেল ভিডিঅ’

কিছুমান শিক্ষয়ত্ৰীয়ে ভিডিঅ’টোত লাইভ থাকে, কোনোবাই ভিডিঅ’টো ৰেকৰ্ড কৰে। তেনে এটা ইনষ্টাগ্ৰাম একাউণ্টৰ নাম হৈছে ‘ৰৱি পূজা’।

সেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে কয় যে তেওঁলোকে নিবিচাৰিলেও প্ৰতিদিনে শিক্ষকৰ ভিডিঅ’ লাইক কৰিব লাগিব। শ্বেয়াৰ আৰু চাবস্ক্ৰাইব কৰি তেওঁলোক ভাগৰি পৰিছে।

অৱশেষত অভিভাৱকসকলে একত্ৰিত হৈ সংশ্লিষ্ট জিলা দণ্ডাধীশৰ কাষ চাপে। তেওঁলোকে লগতে অভিযুক্ত শিক্ষয়ত্ৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। ব্লক শিক্ষা বিষয়াগৰাকীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিছে।

লগতে পঢ়কঃৱেগনাৰৰ দায়িত্ব লাভ কৰা কোন এই আন্দ্ৰেই ট্ৰ’শ্বেভ? পুনৰ ইউক্ৰেইনত চলিব নেকি বিধ্বংসী আক্ৰমণ?

সেই স্কুলৰে এজন ছাত্ৰৰ ভাষাত “বাইদেউহঁতে স্কুললৈ আহি ৰীলছ বনায়, আমাক দি সেইবোৰ লাইক কৰায়। নকৰিলে মাৰিব বুলিও ভাবুকি দিয়ে।”

আন এক ছাত্ৰই দাবী কৰা মতে শিক্ষয়ত্ৰীসকলে তেওঁলোকৰ দ্বাৰা আন কামো কৰায়। অভিযোগ অনুসৰি, বাচন ধোৱা, চাহ বনোৱাৰ দৰে কাম তেওঁলোকৰ দ্বাৰা কৰোৱা হয়।

লগতে পঢ়কঃ মহানগৰীত বিশ্বকাপ জ্বৰ! আজি গুৱাহাটীত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰস্তুতি মেচত টীম ইণ্ডিয়া

অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে শিক্ষয়ত্ৰীসকলে। তেওঁলোকে দাবী কৰে যে তেওঁলোকে ছাত্ৰ-ছাত্ৰীক ভাল শিক্ষা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এগৰাকী অভিযুক্ত শিক্ষয়ত্ৰীৰ ভাষাত, “আমি বিদ্যালয়ৰ সময়ত ছাত্ৰ-ছাত্ৰীক মন দি  পঢ়াও। কেতিয়াবা আমি ছাত্ৰ-ছাত্ৰীক শিকাবলৈ স্কুলত ভিডিঅ’ বনাওঁ।” 

এন ই নাও  নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd