• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! কানাডাত ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু কন্যা সন্তানসহ ভাৰতীয় মূলৰ দম্পতীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2024 11:59 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

8.4k
VIEWS
Share on FacebookShare on Twitter

কানাডাত ৰহস্যজনকভাৱে মৃত্যু হৈছে ভাৰতীয় মূলৰ এহাল দম্পতী আৰু তেওঁলোকৰ কন্যাৰ। তেওঁলোকে কানাডাৰ অন্টাৰিঅ’ প্ৰদেশত বাস কৰিছিল।

ৰহস্যজনকভাৱে তেওঁলোকৰ ঘৰত আগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত তিনিজন লোকৰ মৃত্যু হয়। কানাডাৰ আৰক্ষীৰ মতে, যোৱা ৭ মাৰ্চত এই কাণ্ড সংঘটিত হৈছিল।

লগতে পঢ়কঃ এনেকৈয়ে বাৰাক ওবামাই ইলন মাস্ক আৰু জেফ বেজোছক দিলে এশিকনি

তিনিওজন লোকৰ দেহ ইমানেই জ্বলি গৈছিল যে প্ৰথমে চিনাক্ত কৰিব পৰা নাছিল। অৱশেষত আৰক্ষীয়ে জনোৱা মতে, মৃত লোকসকলৰ নাম ৰাজীৱ ৱাৰিকাও (৫১), শিল্পা কোঠা (৪৭) আৰু মেহক ৱাৰিকাও (১৬)।

অগ্নিকাণ্ডৰ পিছত প্ৰাৰম্ভিক তালাচী আৰু অনুসন্ধানৰ অন্তত আৰক্ষীয়ে জানিবলৈ দিয়ে যে দম্পতীহালৰ ঘৰত জুই লগাই দিয়া হৈছিল। আৰক্ষীয়ে জনোৱা মতে, এয়া কোনো দুৰ্ঘটনা নহয়।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ঘটনাৰ দিনা তেওঁলোকে বিস্ফোৰণৰ শব্দ শুনিছিল। তাৰপিছত তেওঁলোকে দেখিলে যে ঘৰটোত দপদপকৈ জুই জ্বলি আছে।

লগতে পঢ়কঃ ‘মই পদ্মশ্ৰী পোৱা উচিত’, মন্তব্য শ্বীনা বৰাৰ হত্যাৰ অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ

বাতৰি অনুসৰি, ৰাজীৱ ৱাৰিকাই আগতে টৰন্টো পুলিচতো কাম কৰিছিল। ২০১৬ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। মেহকে ফুটবল খেলিছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd