• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰ্য্যালয়লৈ আহিব খোজকাঢ়ি সেয়ে ঘৰ সলাব নৰেন্দ্ৰ মোদীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2020 2:52 pm
Narendra Modi

নৰেন্দ্ৰ মোদী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱন আৰু কাৰ্য্যালয় ‘চাউথ ব্লক’ৰ ওচৰলৈ স্থানান্তৰ হ’ব পাৰে।

‘চেণ্ট্ৰেল ভিষ্টা ৰিদেভেলপমেণ্ট প্ৰজেক্ট’ৰ বাবে চৰকাৰে প্ৰস্তুত কৰা ব্লু প্ৰিণ্ট অনুসৰি প্ৰধান মন্ত্ৰীৰ বাসভৱন আৰু কাৰ্য্যালয় চাউথ ব্লকৰ ওচৰলৈ স্থানান্তৰ হোৱাৰ সম্ভাৱনা আছে।

Apply Now

তথ্য অনুসৰি, উপ-ৰাষ্ট্ৰপতিৰ বাসভৱনো নৰ্থ ব্লকলৈ স্থানান্তৰ হোৱাৰ সম্ভাৱনা আছে।

শেহতীয়া পুনৰনিৰ্মাণ প্ৰকল্প অনুসৰি বৰ্তমানৰ সংসদ ভৱনৰ ওচৰত এটা ত্ৰিকোণীয়া সংসদ ভৱন নিৰ্মাণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। নতুন প্ৰকল্পটোত এটা উভয় কেন্দ্ৰীয় সচিৱালয়ৰ লগতে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেটলৈ এটা ৰাজপথ থাকিব।

পৰিকল্পনা অনুসৰিয়ে প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ বাসভৱন ক্ৰমে চাউথ ব্লক আৰু নৰ্থ ব্লকলৈ সলনি কৰা হ’ব।

এই সাল সলনিৰ বাবে ভি আই পি বাহন চলাচলৰ বাবে দিল্লীত সৃষ্টি হোৱা যান-জঁটো কিছু পৰিমাণে হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে।

আনহাতে, প্ৰধান মন্ত্ৰী কাৰ্য্যালয় আৰু প্ৰধান মন্ত্ৰীৰ বাসভৱন ওচৰা-ওচৰিকৈ হ’ব যাতে প্ৰধান মন্ত্ৰী মোদীয়ে খোজকাঢ়ি কাৰ্য্যালয়লৈ অহা যোৱা কৰিব পাৰে।

নতুন সংসদ ভৱনত ৯০০ ৰ পৰা ১,২০০ গৰাকী সাংসদ একেলগে বহিব পৰাৰ লগতে টেবলত কম্পিউটাৰ স্ক্ৰীণ আদি অত্যাধুনিক সা-সুবিধা উপলব্ধ হ’ব।

ইন্দিৰা গান্ধী নেশ্যনেল চেন্টাৰ ফৰ আৰ্টছ(আই জি এন চি এ) বৰ্তমান স্থানৰ পৰা মন সিং ৰ’ডত থকা জামনগৰ হাউচলৈ স্থানন্তৰ কৰা হ’ব।

তদুপৰি, নতুন উমৈহতীয়া কেন্দ্ৰীয় সচিৱালয়ত আঠটা বিল্ডিং থকাৰ লগতে প্ৰতিটো বিল্ডিঙত আঠটাকৈ মহলা থাকিব, য’ত বিভিন্ন মন্ত্ৰী সকলৰ বাসভৱন হ’ব।

লুটিয়ানছ দিল্লীৰ বিভিন্ন স্থানত থকা মন্ত্ৰ্যালয়ত বৰ্তমান ২৫,০০০-৩২,০০০ কৰ্মচাৰীয়ে কাম কৰি আছে। নতুন উমৈহতীয়া কেন্দ্ৰীয় সচিৱালয়টোৱে অধিক সংখ্যক কৰ্মচাৰীক একেটা স্থানত কাম কৰাৰ সুবিধা প্ৰদান কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd