• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ আহিল health ATM; মেচিনত থিয় হওক আৰু নিমিষতে স্বাস্থ্যৰ বিষয়ে জানক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2020 8:39 pm
Health-ATM-1-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংকৰ জমা টকা উলিওৱা পদ্ধতি হিচাপে এ টি এমৰ জনপ্ৰিয়তা আৰু সুচলতাক লৈ সন্তুষ্টিৰ মাজতে এইবাৰ ভাৰতীয় মানুহৰ মাজলৈ আহিছে স্বাস্থ্য এ টি এম।

এই স্বাস্থ্য এ টি এম বা Health ATM-বোৰত এজন লোকৰ মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে ৰক্তচাপ, ছুগাৰ, প্ৰ’টিন, শৰীৰত পানীৰ পৰিমাণ আদি কেইবাটাও দিশ জোখ লোৱা হয় আৰু এ টি এম মেচিনবোৰৰ দৰেই তাৰ প্ৰিণ্ট আউট পোৱা যায়।

Apply Now

ভাৰতীয় ৰেইলৱেই ইয়াৰ গোটচেৰেক ৰেইল ষ্টেইশ্যনত ইতিমধ্যে এই স্বাস্থ্য এ টি এম বা Health ATM স্থাপন কৰিছে আৰু যাত্ৰীয়ে তাক ব্যৱহাৰ কৰিছে।

প্ৰথমটো এনে ধৰণৰ এ টি এম লক্ষ্ণৌ ষ্টেইশ্যনত স্থাপন কৰা হৈছিল যদিও এতিয়া নাগপুৰ, ভূপালকে ধৰি আন কেইবাটাতো ইয়াক স্থাপন কৰা হৈছে।

এই মেচিনটোৰ দ্বাৰা নিজৰ স্বাস্থ্য পৰীক্ষা কৰাব খোজা লোকে ইয়াত থকা হেণ্ডেলকেইডালত ধৰি ইয়াৰ সৈতে সংযুক্ত এখন প্লেটত থিয় হৈ কেইছেকেণ্ডমান ৰ’ব লাগে। প্লেটখনে ওজন জোখা মাপনীৰ দৰে কাম কৰে।

এইদৰে কেইছেকেণ্ড মান ৰোৱাৰ পিছত ব্যৱহাৰকাৰীজনৰ স্বাস্থ্য সম্পৰ্কীয় কেইবাটাও তথ্য, যেনে- শৰীৰৰ

ভাৰতীয় ৰেইলৱেই ইয়াক “New Innovative and Idea Scheme” আঁচনিৰ অধীনত স্থাপন কৰিছে আৰু আন আন ষ্টেইশ্যনবোৰতো পৰ্য্যায়ক্ৰমে স্থাপন কৰাৰ লক্ষ্য লৈছে।

এই মেচিন স্থাপনৰ জৰিয়তে ৰেইলৱেই ৰাজহ সংগ্ৰহৰ লক্ষ্য লোৱাৰ লগতে কম খৰচতে যাত্ৰীক স্বাস্থ্যৰ পৰীক্ষা কৰাৰ সুযোগ দিয়াৰ চিন্তা কৰিছে।

নাগপুৰৰ ষ্টেইশ্যনত থকা স্বাস্থ্য এ টি এমটো ব্যৱহাৰ কৰি অভিভূত হোৱা এজন যাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে মাত্ৰ কেইছেকেণ্ড মানৰ ভিতৰতে তেওঁ নিজৰ ৰক্তচাপ, ছুগাৰ, প্ৰ’টিন লেভেলৰ বিষয়ে তথ্য পালে আৰু ইয়াক প্ৰিণ্টেড ৰূপতো লাভ কৰিলে। মাত্ৰ ৬০ টকাতে তেওঁৰ এই পৰীক্ষাবোৰ হোৱা বুলি কয়।

জানিব পৰা মতে, এই এ টি এম মেচিনবোৰৰ সৈতে এজন বা দুজন পেৰামেডিকেল চিকিৎসক থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd