• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষকৰ আন্দোলনৰ বাবে ৰেইলৱে বিভাগৰ লোকচান ১২০০ কোটি টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2020 12:20 pm
509
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱত কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰা কৃষকসকলে ৰেইলৱে ষ্টেশ্যনত প্রতিবাদ নকৰাৰ সিদ্ধান্ত লৈছে।

কিয়নো বুধবাৰে ৰেইল বিভাগে প্ৰকাশ কৰে যে পঞ্জাৱত কৃষকৰ ‘ৰেইল ৰোকো’ আন্দোলনৰ ফলত ১,২০০ কোটিৰো অধিক লোকচান হৈছিল।

ৰেইলৱে ট্ৰেকৰ ওপৰত আন্দোলন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কৃষকসকলে কয় যে তেওঁলোকে কোনো কাৰণতে কেন্দ্ৰৰ হেচাত আন্দোলন কাৰ্যসূচী বন্ধ নকৰে।

আন্দোলনকাৰী কৃষকসকলে পঞ্জাৱ কেবিনেট মন্ত্ৰী সমিতিৰ আহ্বান অস্বীকাৰ কৰি কয় যে তেওঁলোকে যাত্ৰীবাহী বাহন চলাবলৈ সন্মতি প্ৰদান নকৰে।

প্ৰতিবাদকাৰী কৃষকসকলে কৈছে যে তেওঁলোকে পঞ্জাৱত কেৱল মালবাহী ৰেইল চলাৰহে অনুমতি প্ৰদান কৰিব।

চণ্ডিগড়ৰ কৃষক ভৱনত সকলো কৃষক সংগঠনৰ এক সভাৰ পিছত কৃষক নেতা জগমোহন সিঙে কয় যে আমি ৰেইলৱে ট্ৰেকৰ ধৰ্ণা কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত লৈছো কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব।

তেওঁ লগতে কয় যে তেওঁলোকে ষ্টেশ্যনৰ পৰা কিছু নিলগত আন্দোলন কৰিব।

উল্লেখ্য যে, কেন্দ্ৰই অলপতে বলৱৎ কৰা নতুন কৃষি আইন কেইখনৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা ৰাজনৈতিক দলসহ কৃষক নেতাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে।

বুধবাৰে পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙে তেওঁৰ সমৰ্থকসকলৰ সৈতে দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা প্ৰদৰ্শন কৰিছিল।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd