• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পিএইচডি কৰিবলৈ অক্সফৰ্ড বিশ্ববিদ্যালয়ক ১ কোটি টকা; শ্বেক্সপীয়েৰক লৈ নহ’ল গৱেষণা, নাকচ ডিগ্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2024 11:25 am
অক্সফৰ্ড বিশ্ববিদ্যালয়ত পিএইচডি কৰিবলৈ গৈ প্ৰতাৰিত হোৱাৰ অভিযোগ ভাৰতীয় ছাত্ৰী লক্ষ্মী বালকৃষ্ণনৰ। ফটোঃ সংগ্ৰহীত।

অক্সফৰ্ড বিশ্ববিদ্যালয়ত পিএইচডি কৰিবলৈ গৈ প্ৰতাৰিত হোৱাৰ অভিযোগ ভাৰতীয় ছাত্ৰী লক্ষ্মী বালকৃষ্ণনৰ। ফটোঃ সংগ্ৰহীত।

33.3k
VIEWS
Share on FacebookShare on Twitter

ইংৰাজী বিষয়ত পি এইচ ডি কৰিছিল তেওঁ। এক কোটিতকৈও অধিক টকা খৰছ কৰিছিল। সকলো জমা দিয়াৰ পাছতো প্রতিষ্ঠানটোৱে ক’লে যে ই পিএইচডি নহয়, মাষ্টাৰ্ছহে হৈছে৷ নাকচ কৰা হ’ল গৱেষণাপত্ৰ। এই ঘটনা আন কোনো কতো নহয়, ঘটিছে অক্সফৰ্ড বিশ্ববিদ্যালয়ত।

জানিব পৰা মতে, ছাত্ৰীগৰাকী তামিলনাডুৰ বাসিন্দা, নাম লক্ষ্মী বালকৃষ্ণন। ইতিমধ্যে ছাত্ৰীগৰাকীয়ে দুটা স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে। তাৰ পিছত শ্বেক্সপীয়েৰৰ ওপৰত গৱেষণা কৰে।

বিশ্ববিদ্যালয়ৰ পৰা স্পষ্ট কৰা হৈছে যে এই গৱেষণা পিএইচডি পৰ্যায়ৰ কাম নহয়, ই এটা সাধাৰণ কাম হৈ পৰিছে। এজন স্নাতকোত্তৰ ছাত্ৰৰ কাম হৈছে। তেওঁৰ গৱেষণা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ স্তৰলৈ অনা হ’ল। এই কথাত ক্ষুব্ধ হৈ পৰিছে ছাত্ৰীগৰাকী।

লগতে পঢ়কঃ আজি জাপানত অনুষ্ঠিত হৈছে নিৰ্বাচন; সংখ্যাগৰিষ্ঠতা নাপাবও পাৰে শাসকীয় দলে!

অন্যায়ভাৱে তেওঁক বাদ দিয়া হৈছে বুলি অভিযোগ কৰে। তেওঁ পিএইচডি কৰাৰ বাবে ১ কোটি টকা দিছিল, মাষ্টাৰ্ছৰ কৰাৰ বাবে নহয়।

শ্বেক্সপীয়েৰৰ বিশেষজ্ঞ দুজন অধ্যাপকে অৱশ্যে দাবী কৰে যে তেওঁৰ গৱেষণা পিএইচডি ডিগ্ৰীৰ বাবে বিবেচনাৰ যোগ্য। বিশ্ববিদ্যালয়খনে কিয় বাতিল কৰিলে সেয়া জানিব পৰা হোৱা নাই।

অৱশ্যে এই সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ স্থিতি সমৰ্থন কৰিছে স্বতন্ত্ৰ বিচাৰকৰ কাৰ্যালয়ে। তেওঁলোকে দাবী কৰে, পিএইচডিত নতুন একো নাই। গৱেষণাপত্ৰ এখন তেতিয়াই সফল বুলি ক’ব পাৰি যেতিয়া ইয়াত পূৰ্বৰ গৱেষণাতকৈ নতুন কিবা এটা থাকে। এই ছাত্ৰীগৰাকী সেইটো কৰি দেখুৱাব পৰা নাই।

লগতে পঢ়কঃনিউজিলেণ্ডৰ বিৰুদ্ধে অনাকাংক্ষিত পৰাজয়; গৌতম গম্ভীৰৰ ‘অতি আগ্ৰাসী’ কৌশলেই দায়ী!

লক্ষ্মী বালকৃষ্ণনে কয় যে অক্সফৰ্ড বিশ্ববিদ্যালয়ে তেওঁক বিশ্বাসঘাতকতা কৰিছে। এই প্ৰতিষ্ঠানটোৱে অতি সুনামেৰে কাম কৰে বাবেই তেওঁ এই প্ৰতিষ্ঠানত ভৰ্তি হৈছিল। কিন্তু তেওঁক প্ৰতাৰণা কৰা হ’ল। পৰৱৰ্তী সময়ত তেওঁ আইনৰ পথত খোজ দিব পাৰে।

তেওঁ আক্ষেপ প্ৰকাশ কৰে যে বিশ্ববিদ্যালয়ে তেওঁ বাৰে বাৰে আবেদন কৰক আৰু বাৰে বাৰে থিছিছ জমা দিয়াটো বিচাৰে। এটা সময়ত তেওঁ হাৰ মানিব আৰু তেওঁৰ পিএইচডিৰ টকা পানীত পৰিব। 

Recent News

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd